• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ল বাথৌ ছান দিৱস

NE NOW NEWS এন ই নাও নিউজ
কোকৰাঝাৰ , January 23, 2018 5:05 pm

1 min read

পূজাস্থলী
208
VIEWS
Share on FacebookShare on Twitter

বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বিশ্বাস অনুসৰি কোকৰাঝাৰ চহৰৰ লগতে বিভিন্ন অঞ্চলত মঙলবাৰে অগণন ভক্তৰ উপস্থিতিত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বাথৌ ছান দিৱস ।

তদুপৰি কোকৰাঝাৰ চহৰৰ বাথৌ থানসালি’ত গৗথাৰ বাথৌ ছান দিৱসো বেছ উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়। থানসালি বাথৌ ছান দিৱসৰ প্ৰথম কাৰ্যসূচী ৰূপে মঙলবাৰে ৰাতিপুৱা বিভিন্ন সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা এটা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় আৰু তাৰ পিছতে বিশ্ব শান্তিৰ হকে সমূহীয়া প্ৰাৰ্থনা সভা কৰে। থানসালি’ত অসংখ্য ভক্তৰ সমাগম হোৱা দেখা যায়।

ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম বাথৌ ছান দিৱসত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত কয় যে বাথৌ ধৰ্মটো বড়ো সম্প্ৰদায় আৰু ৰাজ্যখনৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ আটাইতকৈ পুৰণি ধৰ্ম।

উল্লেখযোগ্য যে ৰাজ্যখনত বাথৌ ধৰ্মটো জীয়াই ৰখাৰ উদ্দেশ্যৰে কোকৰাঝাৰৰ উল্টাপানীত এটা বাথৌ মন্দিৰ ৰিচাৰ্ছ চেণ্টাৰ স্থাপন কৰাৰ বাবে প্ৰমিলা ৰাণী ব্ৰহ্মই অনুদান দিয়া বুলিও কয়।

বাথৌ ছান দিৱসত মুখ্য অতিথি হিচাপে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী উপস্থিত হৈ কয় যে গৗথাৰ বাথৌ ছান আটাইতকৈ পুৰণি বাথৌ ধৰ্ম আৰু আমি সমাজত এই পুৰণি ধৰ্মটো জীয়াই ৰাখিব লাগিব।

ইয়াৰ উপৰি বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ো  বাথৌ ছান দিৱসত উপস্থিত থাকে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd