DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত আটক দুই এন ডি এফ বি (স)ৰ সদস্য

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 26, 2018 9:23 am
কোকৰাঝাৰত সেনা-আৰক্ষীৰ অভিযানত আটক দুই এন ডি এফ বি (স)ৰ সদস্য
309
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে কোকৰাঝাৰ আৰক্ষী আৰু ১২ নং শিখলাই ৰেজিমেণ্টৰ বেটেলিয়নে সৰলভঙাত যুটীয়া অভিযান চলাই দুজনকৈ এন ডি এফ বি(স) গোটৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়।

 

সেনা-আৰক্ষীৰ জালত পৰা দুজনৰ ভিতৰত এজন এনডিএফবি(এচ)ৰ স্বয়ম্ভু চাৰ্জেণ্ট তথা কোকৰাঝাৰ জিলাৰ প্লেটুন কামাণ্ডাৰ তথা বইটাবিল, চেৰফাংগুৰীৰ বাসিন্দা দিকুম বসুমতাৰী ওৰফে বি দেৰহাছাৎ (২৭)বুলি যুটীয়া অভিযানটোত নেতৃত্ব প্ৰদান কৰা কোকৰাঝাৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ পৰা জানিব পৰা গৈছে।

আনহাতে আনগৰাকী ধৃত এন ডি এফ বিৰ লিংকমেন পশ্চিমবংগৰ কুমাৰগ্ৰামৰ আলিপুৰদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাৰাপুলি গাঁৱৰ নিৱাসী অবি বসুমতাৰী পুত্ৰ  জিবিয়াৰ বসুমতাৰী (২১) বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

আনহাতে সেনা-আৰক্ষীয়ে ধৃত সদস্য কেইজনৰ পৰা পাঁচ ৰাউণ্ড সজীৱ গুলীৰ সৈতে এটা ৭.৬৫ এম এম পিষ্টল আৰু ৮ ৰাউণ্ড সজীৱ গুলীৰ সৈতে এটা ৮ এম এম পিষ্টল, দুটা চাইনিজ হেণ্ড গ্ৰেণেড আৰু চিম কাৰ্ডৰ সৈতে মোবাইল উদ্ধাৰ কৰে বুলি আৰক্ষী সূত্ৰৰ পাৰ জানিব পৰা গৈছ।

উল্লেখযোগ্য যে ধৃত এন ডি এফ বি (স)ৰ সদ্যস দিকুম বসুমতাৰী ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বিৰ ৩৯ নং বেটচৰ কেডাৰ আছিল বুলি জানিব পৰা গৈছে।

 

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd