• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰৰ নতুন আমুগুৰিত পথ দুৰ্ঘটনা, এজন নিহত

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , March 3, 2018 10:35 pm

1 min read

Road-Accident-logo

প্ৰতিনিধিত্বমূলক ছবি

67
VIEWS
Share on FacebookShare on Twitter

আজি নিশা কোকৰাঝাৰ নগৰৰ কোকৰাঝাৰি অঞ্চলৰ পৰা এগৰাকী বয়োজ্যেষ্ঠ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে লোকজন কোকৰাঝাৰৰ নতুন আমুগুৰিত আজি সন্ধিয়া প্ৰায় ৫.৪৫ বজাত সংঘটিত এক দুৰ্ঘটনাত পতিত হৈছিল।

বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ কোচে কয় যে নতুন আমুগুৰি পথত কাৰিগাঁৱৰ পৰা কোকৰাঝাৰ দিশত গৈ থকা এখন বলেৰ’ গাড়ীয়ে এজন লোকক খুন্দিওৱা বুলি তেওঁ গাওঁবাসীৰ পৰা খবৰ লাভ কৰে।

আনহাতে, দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো বিচাৰি পোৱা নাছিল, পিছত কোকৰাঝাৰ নগৰৰ কাষৰ কোকৰাঝাৰিত পথৰ দাতিত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাই তেওঁক গাড়ীখনে দুৰ্ঘটনাস্থলিৰ পৰা প্ৰায় ৭ কি.মি পৰ্যন্ত চোঁচৰাই নিছিল বুলি সন্ধেহ কৰা হৈছে।

নিহত লোকজনক চিৰাং জিলাৰ কুংৰিং অশ্ৰবাৰী অঞ্চলৰ টৰেন নাৰ্জাৰী(৬০) বুলি চিনাক্ত কৰা হৈছে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ কোচে জনোৱা মতে নিহত টৰেন নাৰ্জাৰী নতুন আমুগুৰিত থকা তেওঁৰ জোৱাঁইক সঞ্জিত ৰাভাৰ ঘৰলৈ আহিছিল।

এতিয়ালৈকে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ গাড়ীখনক বিচাৰি উলিয়াব পৰা নাই বুলি উল্লেখ কৰি এছ কোচে কয় যে আৰক্ষীয়ে গাড়ীখনৰ অনুসন্ধান অব্যাহত ৰাখিছে।

Recent News

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd