• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰ এছ বি আইৰ মুখ্য প্ৰৱন্ধকে উদ্বোধন কৰিলে আধাৰ কাৰ্ড প্ৰস্তুতকৰণৰ কাম

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 20, 2018 12:37 pm
149
VIEWS
Share on FacebookShare on Twitter

ভাৰতত বাস কৰা সকলো লোকৰ বাবে প্ৰাথমিক পৰিচয় পত্ৰ হিচাপে আধাৰ কাৰ্ড হ’ব বাধ্যতামূলক। বেংক আৰু নিজৰ মোবাইল নংৰ লগত আধাৰ নং সংযোজনৰ বাবে সকলো বেংক একাউন্ট হল্ডাৰৰ বাবে বাধ্যতামূলক কৰি দিয়া হৈছে আধাৰ কাৰ্ড। সেই উদ্দেশ্যেৰে  আধাৰ কাৰ্ড প্ৰস্তুতৰ ব্যৱস্থা আৰম্ভ কৰিছে কোকৰাঝাৰবাসীৰ বাবে। কোকৰাঝাৰৰ মূখ্য এছ বি আই শাখাত পানা ছোচাইটিৰ সহযোগত ইউটিলিটি ফাৰ্ম প্ৰাইভেট লিমিটেডে আনুষ্ঠানিকভাৱে আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা বুলি আমাৰ সাংবাদিকে জানিবলৈ দিছে।

আধাৰ কাৰ্ড

আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়াৰ কাম শুভ উদ্ধোধন কৰে কোকৰাঝাৰ শাখা এছ বি আই বেংকৰ মূখ্য প্ৰৱন্ধকে। শুভ উদ্ধোধন কৰি কয় যে প্ৰথমতে কোকৰাঝাৰ শাখা এছ বি আই বেংকৰ যিমান একাউন্ট হল্ডাৰ আছে তেওঁলোকৰ বাবে সুবিধা প্ৰদান কৰা হ’ব আৰু অহা ৩১ মাৰ্চৰ ভিতৰত কোকৰাঝাৰ শাখা এছ বি আই বেংক সমূহত আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ হ’ব। একেদৰেই অন্য বেংকৰ শাখা সমূহতো আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা হ’ব বুলি জনাইছে ।

উল্লেখযোগ্য যে সকলো নাগৰিককে প্ৰদান কৰিবলগীয়া আধাৰ কাৰ্ড হৈছে ১২টা সংখ্যা যুক্ত এখন পৰিচয় পত্ৰ। স্মৰ্তব্য যে গ্ৰাহকসকলে আধাৰ নং সংগ্ৰহৰ বাবে নিজৰ পৰিচয়ৰ প্ৰমাণ, ফটো, আঙুলিৰ চাপ, বয়স আদি দিব লাগিব।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd