DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ চহৰত দিন দুপৰতে চোৰৰ উপদ্ৰৱ, দুজনক আটক

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 18, 2018 9:05 pm
77
VIEWS
Share on FacebookShare on Twitter

বি টি এ ডিৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ বিভিন্ন লোকৰ ঘৰত দিন দুপৰতে চোৰে লুটপাট চলাই অহাৰ সময়তে কোকৰাঝাৰ আৰক্ষীৰ জালত পৰিল দুজকৈ গভাইত চোৰ।

উল্লেখযোগ্য যে আজি কিছুদিনৰ পৰা চহৰখনৰ বিভিন্ন লোকৰ ঘৰত মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি বৃহৎ পৰিমানৰ সোণৰ আ-অলংকাৰ লুটি চোৰে উপদ্ৰৱ চলাই আহিছে।

কালিও ৮ নং ৱাৰ্ডৰ হাদানপাৰাতো চোৰৰ এট দুজনীয়া দলে দিন দুপৰতে সোণৰ আ-অলংকাৰ লুটিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে স্থানীয় লোকে হাতে লোতে ধৰা পেলাই আৰক্ষীক গটাই দিয়ে। আনহাতে আৰক্ষীক চমজাই দিয়াৰ আগতে উপস্থিত লোকে মাৰধৰ কৰাত চোৰ দুজন আঘাটপ্ৰাপ্ত হ’বলগীয়া হয়।

ধৃত চোৰ দুজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ, দুখন বাইক আৰু মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চোৰৰ দলে কালি হাদানপাৰাৰ ছান্টেশ্বৰ বসুমতাৰী ,অমিয় ব্ৰহ্ম আৰু ফুলমণি বসুমতাৰীৰ ঘৰত লুট পাট কৰিছিল।

ইতিমধ্যে দৃত চোৰ দুজনৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে ১৬২/১৮ গোচৰ পঞ্জীয়ন কৰি জেৰা চলাই আছে বুলি জানিবলৈ দিয়ে। অৱশ্যে তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে চোৰ দুজনৰ নাম প্ৰকাশ কৰা নাই।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd