DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ বালাজান তিনিআলিৰ গুলীচালনাৰ নিহতক সুঁৱৰি উচুপি উঠিল আত্মীয়

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 5, 2018 10:18 pm
কোকৰাঝাৰ বালাজান তিনিআলিৰ গুলীচালনাৰ নিহতক সুঁৱৰি উচুপি উঠিল আত্মীয়
80
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনৰ আজিৰ দিনটোত অৰ্থাৎ ৫ আগষ্টত কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলিত দুষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত ১৪ জন নিৰীহ লোকৰ লগতে গুৰুতৰভাৱে আহত ১৮ জন লোকক সুঁৱৰি আজি বালাজান তিনিআলি দেবোত্তোৰ বজাৰ সমিতিৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয়।

বালাজান তিনিআলি বজাৰত অনুষ্ঠিত হোৱা উক্ত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত নিহতৰ পৰিয়ালৰ একাংশ সদস্যই মৃতকক সুঁৱৰি কান্দোনত ভাগি পৰাৰ বিপৰীতে আহতৰ একাংশই চৰকাৰৰ উদাসীনতাত ক্ষোভ ব্যাক্ত কৰে।

উল্লেখযোগ্য যে দেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাৰ পিছত ইয়ালৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু ৰাজনৈতিক নেতাৰ আগমন ঘটিছিল আৰু তেওঁলোকে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি দুবছৰ অতিক্ৰম কৰাৰ পিছত চৰকাৰে দিয়া যতসামান্য অৰ্থসাহাৰ্য্য কেতিয়াবাই উদং হোৱাত এতিয়া ভুক্তভোগীৰ পৰিয়ালবৰ্গই জীয়াতু ভোগিব লগীয়া হৈছে। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিহতৰ পৰিয়ালবৰ্গৰ নিকটাত্মীয়ক চাকৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে।

ইয়াৰ মাজতে আজিৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত দুৰ্ভগীয়া পৰিয়ালবোৰৰ একাংশ সদস্য উপস্থিত থকাৰ লগতে বি পি এফৰ স্থানীয় নেতা, ভি চি ডি চি চেয়াৰমেন আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd