DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ বি বি অভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰাকৃতিক জলবায়ু সংৰক্ষণৰ কৰ্মশালা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 27, 2018 4:29 pm
TWO DAYS SEMINAR ON WATER FILTRATION
98
VIEWS
Share on FacebookShare on Twitter

বি টি চি চুক্তিৰ আধাৰত বড়োলেণ্ডবাসীয়ে পাবলৈ সক্ষম হোৱা তথা ২০০৮ চনত স্থাপিত  কোকৰাঝাৰ চন্দ্ৰপাৰা বিজুলীবাৰীস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক জলবায়ু সংৰক্ষণ আৰু বিশুদ্ধকৰন  বিষয়ৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়।

কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় (বি বি ই চি)ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ উদ্যোগত আৰু গুৱাহাটীৰ ‘আছাম চায়েন্স টেকন’লজী ও  এনভাইৰনমেণ্ট কাউঞ্চিল’ৰ সহযোগত এই কৰ্মশালাখন আয়োজন কৰা হয়।

কৰ্মশালাত আমন্ত্ৰিত অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেক্টৰ প্ৰফেচৰ ড: হৰি প্ৰসাদ শৰ্মা উপস্থিত থাকি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যে প্ৰাকৃতিক জলবায়ু সংৰক্ষণ আৰু বিশুদ্ধকৰনৰ  প্ৰয়োজনীয়তাৰ ওপৰত বিষদভাৱে বাখ্যা কৰে।

‘জলবায়ু সংৰক্ষণ কৰিবলৈ আমি সকলোৱে দায়বদ্ধ, কাৰণ পানীয়ে আমাৰ জীৱন’ এইদৰে মন্তব্য কৰি জলবায়ু সংৰক্ষণৰ ওপৰত বক্তব্য ৰাখে শৰ্মাই। উক্ত কৰ্মশালাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত বৰুৱা মুখ্য অতিথি ৰূপে আৰু চিৰাঙৰ ধালিগাৱৰ বি আৰ পি এলৰ প্ৰকল্প পৰিচালক এ. কে. ব্ৰহ্ম প্ৰমুখ্যে বি বি ই চি মহাবিদ্যালয়ৰ অধ্যক্ষ কমল ব্ৰহ্ম আৰু বহু গৰাকী প্ৰফেচৰ উপস্থিত থাকে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd