DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সু-খবৰ : আন্তঃৰাষ্ট্ৰীয় চাহ মেলালৈ আমন্ত্ৰিত শোণিতপুৰত উৎপাদিত চাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2018 10:33 am
ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে সু-খবৰ : আন্তঃৰাষ্ট্ৰীয় চাহ মেলালৈ আমন্ত্ৰিত শোণিতপুৰত উৎপাদিত চাহ
126
VIEWS
Share on FacebookShare on Twitter

উজনি অসমত ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য বিচাৰি প্ৰতিবাদ কৰাৰ সময়তে শোণিতপুৰ জিলাত উৎপাদিত চাহ আমন্ত্ৰিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ চীনলৈ।

জিলাখনৰ জামুগুৰিহাটৰ ধলাইবিলত অৱস্থিত নাহৰবাৰী চাহ ফেক্টৰীত উৎপাদিত চাহৰ গুণগত মানৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰমুখী হৈছে।

আনহাতে শেহতীয়াকৈ অসমত উৎপাদিত চাহ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমন্ত্ৰিত হোৱাতোৱে ৰাজ্যখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে নাহৰবাৰী চাহ ফেক্টৰীৰ চাহ খেতিয়ক সকলৰ মনলৈও আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে।

যিহেতু বহু কেইটা আত্মসহায়ক গোটৰ জৰিয়তে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ক্ৰয় কৰি চাহ উৎপাদন কৰি আহিছে নাহৰবাৰী চাহ ফেক্টৰীটোৱে।

প্ৰাপ্ত তথ্য মতে প্ৰতি কিলো কেঁচা চাহপাত ২২ টকা দৰত ক্ৰয় কৰি ক্ষুদ্ৰ চাহ খেতিয়কক সকাহ দিবলৈ সক্ষম হোৱা নাহৰবাৰী চাহ ফেক্টৰীত উৎপাদিত চাহ হংকঙত অনুষ্ঠিতব্য আন্তঃৰাষ্ট্ৰীয় চাহ মেলাৰ বাবে আমন্ত্ৰিত হৈছে।

Recent News

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd