• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ্য সংকট : বিপ্লৱৰ সপোন ত্যাগ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন এনএলএফটি বিপ্লৱীৰ

পান্না ঘোষ by পান্না ঘোষ
August 1, 2018 4:22 pm
militant-570x320

পত্নী আৰু কন্যাদ্বয়ৰ সৈতে এনএলএফটিৰ আত্মসমৰ্পণকাৰী সদস্য ৰবীন্দ্ৰ দেববৰ্মা

98
VIEWS
Share on FacebookShare on Twitter

শিবিৰত হোৱা খাদ্য সংকটৰ বাবে এজন এনএলএফটি সদস্যই আত্ম সমৰ্থন  কৰিবলৈ বাধ্য হৈছে। খাদ্য সংকটৰ বাবে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনএলএফটি সদস্যজনৰ নাম হৈছে ৰবীন্দ্ৰ দেববৰ্মা। তেওঁ আজি পানীসাগৰত থকা আৰক্ষী উপ মহাপৰিদৰ্শকৰ ওচৰত আত্ম সমৰ্পণ কৰে। উল্লেখ্য যে দেববৰ্মা হৈছে উগ্ৰপন্থী গোটটোৰ স্বয়ম্ভু ৱাৰেণ্ট অফিচাৰ।

খাদ্য সংকট আৰু স্বাস্থ্য সন্মত নোহোৱা জীৱন ধাৰণ প্ৰণালীৰ বাবে উগ্ৰপন্থীজনে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে। দেববৰ্মাৰ সৈতে তেওঁৰ পত্নী চোণ্টা ত্ৰিপুৰা (২৭), দুই কন্যা জেছমিন দেববাৰ্মা (৪) আৰু মৌচান্তিয়ে দেববাৰ্মায়ো(২) অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকগৰাকীৰ ওচৰত আত্মসমৰ্পণ কৰে।

ৰবীন্দ্ৰ দেববৰ্মাৰ ঘৰ ধলাই জিলাৰ নতুন বাজাৰ ব্ৰেন্দ্ৰা দেববাৰ্মা পাৰাত।

আৰক্ষী সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰা মতে ২০০০ চনত দেববাৰ্মাই উগ্ৰপন্থী দলত যোগদান কৰিছিল আৰু তেওঁ বাংলাদেশৰ শিলচুৰিৰ ওচৰৰ ছিকাৰাবাৰীত আছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd