• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খাৰুপেটিয়াৰ পৰা বৃহৎ জুৱাৰ ঘাটি উৎখাত, ৮জনক আটক

NE NOW NEWS মযূখ গোস্বামী
, January 21, 2018 9:51 pm

1 min read

ধৃত ৮ জুৱাৰি

ধৃত ৮ জুৱাৰি

76
VIEWS
Share on FacebookShare on Twitter

যোৱা ১০ জানুৱাৰিত সংঘটিত ধুলা কাণ্ডই জোকাৰি যোৱা দৰং আৰক্ষীক শেহতীয়াভাৱে অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

শনিবাৰে চলোৱা এক অভিযান কালত দৰং আৰক্ষীৰ দলে খাৰুপেটিয়া অঞ্চলৰ পৰা এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰিছে। উক্ত অবৈধ ঘাটিতো উৎখাত কৰাৰ পিছতে দাঁতিকাষৰীয়া বিভিন্ন স্থানৰ পৰা ৮জনকৈ জুৱাৰিক আটক কৰা হৈছে।

দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিঠ থিৰাভিয়ামে এন ই নাওক জনাই যে, শনিবাৰে আবেলি জিলাখনৰ উপ আৰক্ষী অধীক্ষক অমিত কুমাৰ হোজাইৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে খাৰুপেটিয়া থানাৰ অন্তৰ্গত বালুগাওঁ বজাৰৰ ওচৰৰ এক স্থানত অভিযান চলাই উক্ত জুৱাৰ ঘাটিতো উৎখাত কৰে।

আনহাতে আৰক্ষীয়ে আটক কৰা ধৃত ৮জন জুৱাৰিৰ ৫ জনৰ ঘৰ ঘনছিমালু গাৱঁত হোৱাৰ বিপৰীতে আন তিনিজন ক্ৰমে খাৰুপেটিয়া টাউন, নিজ বৰুৱাঝাৰ আৰু মণ্ডলপাৰা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। লোককেইজনৰ পৰা ৩০,৫০০ টকা জব্দ কৰা হৈছে।

আটাইকেজন ধৃত অভিযুক্তক আছাম গেম এণ্ড বেটিং এক্ট ১৯৭০ অধীনৰ য়ু/এছ ১৪ত ভৰ্তি কৰাই দেওবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd