• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়াৰ হাতলৈ ব্যৱসায়: আলফা নেতাক সঁহাৰি ১০হাজাৰোধিক যুৱক-যুৱতীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 31, 2018 9:31 am
JitenDutta-570x320

আলফা নেতা জিতেন দত্ত। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাৰ্বভৌম অসমৰ স্বপ্নেৰে সংগ্ৰাম আৰম্ভ কৰা কেইবাজনো আলফা নেতাই এতিয়া বহিৰাগতৰ পৰা অসমৰ ব্যৱসায় খিলঞ্জীয়া যুৱকৰ হাতলৈ অনাৰ বাবে অৰ্থনৈতিক সংগ্ৰামৰ পথ বাচি লৈছে।

প্ৰাৰম্ভিক অৱস্থাত কণীৰ ব্যৱসায়ত অসমৰ খিলঞ্জীয়া যুৱকক নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, অনুপ চেতিয়া, প্ৰবাল নেওগ, অন্টু চাওদাং আৰু মৃণাল হাজৰিকাই।

Apply Now

অন্ধ্ৰ প্ৰদেশৰ পৰা দুই ট্ৰাক কণী আনি অসমৰ প্ৰতিখন সৰু-বৰ চহৰত খিলঞ্জীয়া যুৱকসকলক ব্যৱসায়ৰ বাবে যোগান ধৰিছে আলফা নেতাকেইজনে গঠন কৰা অসম সুৰক্ষা আৰু উন্নয়ন পৰিষদ নামৰ গোটটোৱে।

‘অসমৰ ক্ষুদ্ৰ ব্যৱসায়সমূহ সম্পূৰ্ণ মিঞাৰ দখলত আছে আৰু বহিৰাগতই ইয়াত চিণ্ডিকেট চলাই আছে। আমাৰ লক্ষ্য এই চিণ্ডিকেটবোৰ ভাঙি দিয়া আৰু আমাৰ ল’ৰাক ব্যৱসায়ত সুমুৱাই দিয়া। যিবোৰ ব্যৱসায় বহিৰাগতৰ দখলত আছিল তাত আমাৰ অসমীয়া যুৱশক্তি জড়িত কৰি অসমীয়া মানুহৰ দখললৈ অনাৰ বাবে প্ৰচেষ্টা হাতত লৈছো,’ আলফা নেতা জিতেন দত্তই নৰ্থ ইষ্ট নাও-ক জনায়।

বহিৰাগতসকলক ব্যৱসায়ত কোনো বাধা দিয়া নহয় বুলিও দত্তই ঘোষণা কৰিছে। ‘বজাৰৰ অন্ততঃ ২০ শতাংশ ব্যৱসায় খিলঞ্জীয়া যুৱক-যুৱতীক দিবই লাগিব। বাকী ৮০ শতাংশত আন ব্যৱসায়ীসকলে ব্যৱসায় কৰি থাকক,’ জনালে দত্তই।

অৰ্থনৈতিক সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে কেৱল কণীয়েই নহয়, মাছকে ধৰি বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় অসমীয়াৰ হাতলৈ নিয়াৰ পৰিকল্পনা হাতত লৈছে অসম সুৰক্ষা আৰু উন্নয়ন পৰিষদে।

এতিয়া অন্ধ্ৰ প্ৰদেশৰ পৰা কণী অনা হৈছে যদিও অসমতে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত কণীৰ উৎপাদন আৰম্ভ কৰিছে বুলিও জীতেন দত্তই জানিবলৈ দিয়ে।

কণীৰ ব্যৱসায়ৰ লগতে উৎপাদনৰো পৰিকল্পনা আছে বুলিও দত্তই ঘোষণা কৰে। ‘কণীৰ উৎপাদন আৰম্ভ হৈছে যদিও বজাৰ দখল কৰাত যথেষ্ট অসুবিধা হৈছে। কিয়নো গোটেই বজাৰ মিঞাৰ দখলত আছে। গতিকে আমি বৃহৎ হাৰত উৎপাদন কৰাৰ আগতেই অসমৰ যুৱক-যুৱতীক ব্যৱসায়ত নিয়োজিত কৰি বজাৰখন খিলঞ্জীয়াৰ হাতলৈ আনি ল’ব বিচাৰিছো। আমি একে সময়তে ব্যৱসায়ৰ জৰিয়তে বজাৰত অসমৰ যুৱকক সুমুৱাই দিম আৰু সেই একেটা সময়তে উৎপাদন প্ৰক্ৰিয়াও আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰি যাম’, জিতেন দত্তই কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd