• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গঁড় গণনাৰ বাবে ১৮ মাৰ্চত বন্ধ থাকিব পবিতৰা অভয়াৰণ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 7:48 am
VBK-RHINO
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁও জিলাৰ মায়ংস্থিত পবিতৰা অভয়াৰণ্যত গঁড়ৰ পৰিসংখ্যা নিৰ্ধাৰণৰ বাবে ১৮ মাৰ্চত বন বিভাগৰ দ্বাৰা সম্পন্ন কৰা হ’ব গঁড় গণনা তথা গড়ৰ পিয়ল। সেয়ে ১৮ মাৰ্চত দেশী-বিদেশী পৰ্যটক তথা দৰ্শনাৰ্থীৰ বাবে পবিতৰা অভয়াৰণ্য বন্ধ থাকিব বুলি জানিব দিছে পবিতৰা কৰ্তৃপক্ষই।

উল্লেখ্য যে কম ঘনত্বত সৰ্বাধিক এশিঙীয়া গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্যত ১৮ মাৰ্চত বন বিভাগৰ দ্বাৰা সম্পন্ন কৰা হ’ব গঁড় গণনা কাৰ্য আৰু সেই বাবে হাতী আৰু জীপ ছাফাৰিও সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছে।

Apply Now

সুদীৰ্ঘ ছয় বছৰৰ মূৰত ৰাজ্যৰ বন বিভাগে অভয়াৰণ্যখনত সম্পাদনা কৰিব ওলোৱা এই গঁড় গণনাৰ বাবে পবিতৰা কৰ্তৃপক্ষই ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

পবিতৰা অভয়াৰণ্যৰ বনাঞ্চলিক বিষয়া তথা ৰেঞ্জাৰ অশোক দাসে জানিবলৈ দি কয় যে বৃহৎ পবিতৰা অভয়াৰণ্যখনৰ গঁড় গণনাৰ বাবে পবিতৰাক মুঠ ৯টা ব্লকত ভাগ কৰা হৈছে। গণনাকাৰীসকলে গাড়ী আৰু হাতীৰে এই গঁড় গণনা কাৰ্য সম্পাদনা কৰিব।

গঁড় গণনা কাৰ্যত বন বিভাগৰ উচ্চপদস্থ বিষয়া, পবিতৰাৰ বনকৰ্মী, প্ৰকৃতিপ্ৰেমী সংগঠন আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মীসকল উপস্থিত থাকিব।

উল্লেখযোগ্য যে ২০১২ চনত হোৱা গঁড়ৰ পিয়লত অভয়াৰণ্যখনত মুঠ ৯৩টা এশিঙীয়া গঁড়ৰ উপস্থিতি পোৱা গৈছিল। আৰু সেয়ে এইবাৰৰ গণনাত পূৰ্বতকৈ অধিক অবস্থিতি পোৱাৰ সম্ভাৱণা ব্যক্ত কৰিছে বন বিভাগৰ লোক তথা পবিতৰা কৰ্তৃপক্ষই।

প্ৰণিধানযোগ্য যে বন বিভাগৰ নীতি অনুসৰি এই গণনা প্ৰতি চাৰি বছৰৰ অন্তৰালত সম্পন্ন হ’ব লাগে। কিন্তু পবিতৰা অভয়াৰণ্যত বন বিভাগে সুদীৰ্ঘ ছয় বছৰৰ মূৰত গঁড় গণনা তথা পিয়লৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

ইফালে যোৱা বৰ্ষৰ প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰা অভয়াৰণ্যখনৰ বাট পথবোৰ মেৰামতি নকৰাৰ ফলত গণনা কাৰ্যত কিছু অসুবিধাৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰিছে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd