• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গছ থাকিলেহে মানুহ থাকিব : গ্ৰীন ভেলী ফাৰ্মাচ ক্লাবৰ প্ৰসংশনীয় পদক্ষেপ, ৰাস্তাৰ দুয়োকাষে বৃক্ষৰোপন

NE NOW NEWS ইয়াছিন আলী
কোকিলা , May 23, 2018 7:06 pm

2 min read

Green Valley Farmers club
1.1k
VIEWS
Share on FacebookShare on Twitter

চৌদিশে বনাঞ্চল ধ্বংসৰ অভিযান চলি থকাৰ মাজতে বঙাইগাঁও জিলাৰ গ্ৰীন ভেলী ফাৰ্মাচ ক্লাৱ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এক ব‍্যতিক্ৰমী পদক্ষেপ লোৱা দেখা যায়।

স্বেচ্ছাসেৱী সংগঠনটোৱে আজি বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ড আৰু মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন শিক্ষানুষ্ঠান আৰু গড়কাপ্তানি ৰাস্তাৰ দুয়োকাষে আমলখি, কৃষ্ণচুড়া, দেবদাৰু, শিলিখা, চন্দন, নাহৰ, তিতাচপা, অগৰু, বনচোম, চিধা, জামু ইত্যাদি বিভিন্ন ধৰণৰ গছপুলি ৰোপন কৰে।

স্বেচ্ছাসেৱী সংস্থাটোৰ সভাপতি এম কে পাশাই জানিব দিয়া মতে, গছপুলি ৰোপনৰ লগতে সংৰক্ষণৰ ব‍্যৱস্থাও সংস্থাটোৱে নিজাববীয়াকৈ হাতত লৈছে। ইয়াৰ বাবে চৰকাৰৰ পৰা তেওঁলোকে কোনোধৰণৰ সহায় পোৱা নাই।

সভাপতিজনে ৰাজ্যৰ প্ৰতিগৰাকী লোককে এজোপা গছ কটাৰ আগতে দুজোপা গছ ৰোপন কৰিবলৈ আহ্বান জনাই কয়, ‘আমি সকলোৱে বৃক্ষৰোপন আৰু ৰোপনৰ পাছত সংৰক্ষণৰ প্ৰতি গুৰুত্ব দিয়া উচিত, গছ থাকিলেহে আমি থাকিম।’

সেইবাবেই সংগঠনটোৱে এনে পদক্ষেপক হাতত লৈছে বুলি জানিবলৈ দি তেওঁ কয় যে বৃক্ষ ৰোপণৰ জৰিয়তে আমাৰ পৃথিৱীৰ যি উষ্ণতা বৃদ্ধি পোৱা দেখা গৈছে তাক প্ৰতিৰোধ কৰিব পৰা যাব।

ইয়াৰ উপৰি দিনক দিনে বৃদ্ধি পোৱা বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিস্থানৰ পৰা নিৰ্গত বিষাক্ত ধোঁৱা নিৰ্মূলকৰণ কৰিবৰ বাবেও আমি বৃক্ষৰোপন কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে।

গ্ৰীন ভেলী ফাৰ্মাচ ক্লাবে হাতত লোৱা এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd