• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গড়ঁৰ চোৰাং চিকাৰ প্ৰতিৰোধৰ প্ৰচেষ্টা : গোলাঘাট আৰক্ষীক আৰণ্যকৰ মটৰ চাইকেল প্ৰদান

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , July 30, 2018 8:55 am

1 min read

বোকাখাত
139
VIEWS
Share on FacebookShare on Twitter

অসমৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ তৰফৰ পৰা গোলাঘাট আৰক্ষীক দেওবাৰে দুখন মটৰ চাইকেল প্ৰদান কৰে ৷ এই উপলক্ষে কাজিঙাত থকা আৰক্ষীৰ অতিথি গৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে বাজাজ ভি – ১৫ দুখন বাইক আনুষ্ঠানিকভাৱে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ হাতত অৰ্পণ কৰে ৷

আৰণ্যকৰ দ্বাৰা প্ৰদান কৰা এই দুখন মটৰ চাইকেল কজিৰঙাৰ গড়ঁ চোৰাংচিকাৰ ৰোধৰ কামত ব্যৱহাৰ কৰা হ’ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰণ্যকৰ তৰফৰ পৰা আৰু দুখন মটৰ চাইকেল আৰু এটা স্নিফাৰ ডগ গোলাঘাট আৰক্ষীক প্ৰদান কৰিছিল ৷ এই মটৰ চাইকেল দুখন আৰু স্নিফাৰ ডগটো সম্প্ৰতি গোলাঘাট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণত ব্যৱহাৰ কৰি আছে ৷

দেওবাৰৰ অনুষ্ঠানত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতীয়া, গোলাঘাট জিলাৰ অ’নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু আৰণ্যকৰ মানস ভট্টাচাৰ্য, আৰিফ হোছেইন, নিৰঞ্জন ভূঞা আৰু নিৰেণ সিং উৰস্থিত থাকে ৷

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd