• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে গৃহ সমষ্টিৰ বিদ্যালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 3, 2018 5:10 pm

1 min read

After Gunotsav, it's "Sagunotsav'' time for primary schools in Assam

গুণোৎসৱৰ ফাইল ছবি।

99
VIEWS
Share on FacebookShare on Twitter

গুণগত শিক্ষাৰ প্ৰসাৰক প্ৰধান লক্ষ্য হিচাপে লৈ ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত পালন কৰি অহা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ ২ নং সদৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰে। আজি বিদ্যালয়খন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি তেওঁলোকে প্ৰদান কৰি অহা শিক্ষাৰ মূল্যাংকনো কৰে। ইয়াৰোপৰি তেওঁ বিদ্যালয়খনৰ আন্তঃগাঁথনি আৰু চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বুজ লৈ ছাত্ৰ-ছাত্ৰীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাক দৈনন্দিন জীৱনৰ অংগ হিচাপে ল’বলৈ পৰামৰ্শ দিয়ে। এইক্ষেত্ৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশটো চকু দিব লাগে তথা উৎসাহিত কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। আনহাতে গুণোৎসৱৰ আয়োজনে ৰাজ্যখনৰ শৈক্ষিক মানৰ যথেষ্ট উত্তৰণ ঘটোৱাৰ লগতে ইয়াৰ প্ৰতি অসমৰ ৰাইজে ব্যাপক সঁহাৰি আগবঢ়াইছে বুলিও তেওঁ মন্তব্য কৰে। উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীজনে বিদ্যালয়খনত এক বৃক্ষ ৰোপণ কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে।

আজিৰ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ লগত মাজুলী জিলাৰ উপায়ুক্ত প্ৰকাশ গোপাল ঝা আৰু শিক্ষা বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd