• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীক পৰিস্কাৰ কৰি ৰখাৰ বাবে সহায় কৰিবলৈ মহানগৰবাসীক গুৱাহাটী পৌৰ নিগমৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 15, 2018 9:16 am

1 min read

গুৱাহাটীক পৰিস্কাৰ কৰি ৰখাৰ বাবে সহায় কৰিবলৈ মহানগৰবাসীক  গুৱাহাটী পৌৰ নিগমৰ আহ্বান

স্বচ্ছ সৰ্বেক্ষণ ২০১৮ কাৰ্যসূচীৰ প্ৰচাৰৰ এখন বোনাৰ

84
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ ২২ নং ৱাৰ্ডৰ শ্বহীদ নগৰৰ স্মৃতি সংঘত ‘ৱাৰ্ডৰ আলোচনা’ শীৰ্ষকেৰে নাগৰিকৰ সৈতে বাৰ্তালাপৰ এটি অনুষ্ঠানৰ আয়োজন কৰে। এই বাৰ্তালাপত অংশগ্ৰহণ কৰে নুনমাটি শোধানাগাৰ আৰু শ্বহীদ নগৰ পাহাৰৰ বাসিন্দাসকলে।

এই বাৰ্তালাপ অনুষ্ঠানত উপস্থিত থাকে ৱাৰ্ড কাউন্সিলৰ ৰাজেন দাস, এৰিয়া সবা সদস্য মনোজ কুমাৰ নাথ, পৌৰনিগমৰ সহকাৰী অভিযন্তা চিত্তৰঞ্জন দত্ত আৰু শংকৰ মেধি আৰু পৌৰনিগমৰ অনাময় ব্যৱস্থা পৰিদৰ্শক সঞ্জয় মালাকাৰ।

অনুষ্ঠানত উপস্থিত থকা পৌৰনিগমৰ বিষয়াসকলে কয় যে সেমেকা পেলনীয়াসমূহ সদায় সংগ্ৰহ কৰা হ’ব আৰু শুকান পেলনীয়াসমূহ প্ৰতি মঙলবাৰ আৰু শুকুৰবাৰে সংগ্ৰহ কৰা হ’ব।

তেওঁলোকে লগতে স্থানীয় লোকসকলক স্বচ্ছতা এপ টো ডাউনলোড কৰিবলৈ অনুৰোধ জনায় যাতে তেওঁলোকে পেলনীয়া সংগ্ৰহৰ ক্ষেত্ৰত গাফিলতি কৰা ছবি তুলি আপলোড কৰাৰ লগতে অন্যান্য বিষয়সমূহো পোনপটীয়াকৈ এপৰ জৰিয়তে জনাব পাৰে।

পৌৰনিগমৰ বিষয়াসকলে বাসিন্দাসকলক এখন উন্নত তথা পৰিচ্ছন্ন গুৱাহাটী গঢ়ি তোলাত সহায় কৰিবলৈ আগন্তুক স্বচ্ছ সৰ্বেক্ষণ ২০১৮’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd