DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত জব্দ ২৫০ লিটাৰ অবৈধ দেশীয় সুৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 2:16 pm
L-1-570x320
85
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী কেন্দ্ৰীয় আবকাৰী বিভাগে তিনিটা পৃথক পৃথক অভিযানত বৃহস্পতিবাৰে মহানগৰখনৰ বিভিন্ন এলেকাত অভিযান চলাই ২৫০ লিটাৰ দেশীয় সুৰা জব্দ কৰে আৰু সেই সুৰাখিনি ধ্বংস কৰি পেলায়।  কামৰূপৰ আবকাৰী আয়ুক্তৰ নিৰ্দেশক্ৰমে এই সুৰা বিৰোধী অভিযানটো চলোৱা হৈছিল। এই অভিযানৰ অংশ হিচাপে আবকাৰী পৰিদৰ্শক অপূৰ্ব দাসৰ নেতৃত্বত বেলতলাত প্ৰথম অভিযানটো চলোৱা হৈছিল। এই অভিযানত ১৫০ লিটাৰ দেশীয় সুৰা জব্দ কৰাৰ লগতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছিল।

পানীখাইতী এলেকাত চলোৱা আনটো অভিযানত আবকাৰী উপ পৰিদৰ্শক জ্যোতিপ্ৰাণ কুমাৰে অসম আবকাৰী আইন (সংশোধিত)-২০১৮ৰ অধীনত সুৰাপানৰ অভিযোগত তিনিজন লোকক জৰিমণা বিহে।

ফাচী বজাৰৰ ২নং গেটত চলোৱা তৃতীয় অভিযানত আবকাৰী উপ-পৰিদৰ্শক উজ্জ্বল দেৰ নেতৃত্বত ৰে’লপথত চলি থকা সুৰাৰ অবৈধ ঘাটীৰ ওপৰত সুৰা বিৰোধী অভিযান চলোৱা হয়।। এই স্থানত থকা দেশীয় সুৰাৰ অস্থায়ী ঘাটীসমূহত সুৰাপান কৰিয়েই অঞ্চলটোত বহুতো অপ্ৰীতিকৰ ঘটনাৰ সূত্ৰপাত হৈ আহিছিল।

অভিযান কালত এই অস্থায়ী সুৰাৰ ঘাটীকেইটা উৎখাত কৰি দিয়া হয়। আবকাৰী বিভাগৰ এইটো অভিযানত প্ৰায় ১০০ লিটাৰ সুৰা ধ্বংস কৰাৰ লগতে দেশীয় সুৰাৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd