DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ইমেজ আৰু জন সম্পৰ্ক সম্বন্ধীয় পাঠ্যক্ৰম সম্পন্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 29, 2018 9:24 pm
IMG-20180629-WA0044 (1)
182
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা জন সম্পৰ্ক আৰু ইমেজ বিল্ডিং সম্পৰ্কীয় ক্ৰাশ্ব কোৰ্চৰ আজি সফল সামৰণি হৈছে। এই কোৰ্চৰ গ্ৰেজুৱেশ্যন চেৰিমনি ডালমিয়া ভাৰত চিমেণ্টে তেওঁলোকৰ গুৱাহাটীস্থ কৰ্প’ৰেট অফিচত অনুষ্ঠিত কৰে।এই অনুষ্ঠানত কৃতকাৰ্য প্ৰাৰ্থীসকলক প্ৰমাণপত্ৰ আৰু পদক প্ৰদান কৰা হয়। এই পাঠ্যক্ৰমটোৰ যাৱতীয় দায়িত্বত আছিল টাংজেণ্ট ইনষ্টিটিউট অব ইমেজ এণ্ড পি আৰ (Tangent Institute of Image & PR চমুকৈ TIIP) )।

এই পাঠ্যক্ৰমটো সফলতাৰে সম্পন্ন কৰা শিক্ষাৰ্থীসকল হৈছে হৰ্ষ কুটুম, কাব্যশ্ৰী গগৈ, মিনি বেগম চৌধুৰী, নাবাম সাহা, প্ৰিয়ংকা পৌল, শ্ৰাবণী বৰ্মণ আৰু শ্ৰুতিমালা শৰ্মা। ডালমিয়া চিমেণ্টে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী মহামায়া ঘোষ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী মনালিজা গোস্বামীক অলপতে ভ্ৰাম্যমান থিয়েটাৰ বঁটা বিতৰণী অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰশংসাপত্ৰ প্ৰদান কৰে।

সামৰণি ভাষণত পাঠ্যক্ৰম সমন্বয়ক শুভংকৰ বেনাৰ্জীয়ে কয় যে অধিবক্তা, ছেলছ পাৰ্ছন, শিক্ষক, চিকিৎসকসকলৰ বাবে কেনেদৰে ইমেজ সৃষ্টি কৰি জন সম্পৰ্কৰ প্ৰসাৰ কৰি পেচাগত দিশত উন্নতি কৰোৱাৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ সূচনা কৰা হ’ব।

Recent News

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd