DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত জ্যেষ্ঠ বন বিষয়া আফতাব উদ্দিনৰ ঘৰত দুৰ্নীতি নিবাৰণ আৰু তদাৰকী কোষৰ তালাচী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2018 1:57 pm
আফতাব উদ্দিনৰ সুন্দৰপুস্তিত ঘৰ।

আফতাব উদ্দিনৰ সুন্দৰপুস্তিত ঘৰ।

90
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰ ভাগতে মুখ্য মন্ত্ৰীৰ দুৰ্নীতি বিৰোধী আৰু তদাৰকী কোষৰ এটা দলে ৰাজ্যখনৰ এজন জ্যেষ্ঠ বন বিষয়া আফতাব উদ্দিনৰ ঘৰত দুৰ্নীতি বিৰোধী অভিযান চলায়। এটা সূত্ৰই এন ই নাওক জানিবলৈ দিয়ে যে আফতাব উদ্দিনৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত এই অভিযান চলোৱা হৈছে।

অভিযানকাৰী দলটোৱে তেওঁৰ গুৱাহাটীৰ সুন্দৰপুৰস্থিত বাসগৃহৰ (ঘৰ নং ৪৫) লগতে ছয়মাইল আৰু স্পেনিছ গাৰ্ডেনত থকা তেওঁৰ এটা কোটিটকীয়া ফ্লেটতো অভিযান চলায়। আনহাতে জাপৰিগোগত থকা তেওঁৰ মালিকানাধীন এটা গাৰ্লছ হোষ্টেলতো অভিযান চলায় অভিযানকাৰী দলটোৱে।

সূত্ৰটোৱে জনোৱা মতে অভিযানৰ সময়ত কেইবাকোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰা হৈছে।

তেওঁৰ বিৰুদ্ধে ভুৱা চালানেৰে চৰকাৰী ধন সৰকোৱাৰ অভিযোগো অনা হৈছে।

উল্লেখযোগ্য যে আফতাব উদ্দিন কংগ্ৰেছ চৰকাৰৰ দিনত নগাৱঁৰ বন বিষয়া হৈ আছিল। জানিব পৰা মতে তেওঁ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আছিল।

Recent News

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd