• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত পাইপযোগে ঘৰতে পাব ৰন্ধন গেছ, ঘোষণা নিয়ামক ব’ৰ্ডৰ অধ্যক্ষৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 24, 2018 9:53 pm
24-05-18 Guwahati- PNGRB 9th CGD Bidding Round
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাত নগৰ গেছ বিতৰণ ( City Gas Distribution ) আঁচনিৰ অধীনত ঘৰতে পাইপযোগে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰা হ’ব। বৰাক উপত্যকাৰ তিনিখন জিলাকে ধৰি উত্তৰ-পূবৰ চাৰিটাকৈ নতুন অঞ্চলত আনুমানিক ২০২১ চনৰ পৰা আৰম্ভ হ’ব এই ঘৰুৱা গেছৰ পাইপলাইন ব্যৱস্থা।

গুৱাহাটীত আজি ২৪ মে’ত পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব’ৰ্ড (Petroleum and Natural Gas Regulatory Board)ৰ অধ্যক্ষ ডি কে ছাৰফে এই কথা ঘোষণা কৰে।

Apply Now

এই নতুন নগৰ গেছ বিতৰণ (City Gas Distribution) পাইপলাইনত অসমৰ কামৰূপ (মহানগৰ) আৰু কামৰূপ (গ্ৰাম্য) জিলা সামৰি এটা ভাগ আৰু বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক সামৰি আনটো ভাগ হ’ব। ইয়াৰ উপৰিও ত্ৰিপুৰাৰ দক্ষিণ ত্ৰিপুৰাত এটা ভাগ আৰু গোমতি জিলাত আনটো ভাগ থাকিব।

কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা ‘উৰ্জা গংগা’ প্ৰকল্পৰ অধীনত বাৰাউনিৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰ সম্প্ৰসাৰণৰ যোগেদি এই সেৱা আৰম্ভ হ’ব।

ছাৰফে কয় যে এই ব্যৱস্থাৰ যোগেদি সমগ্ৰ দেশৰ ২৪ শতাংশ ভূখণ্ডক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে আৰু ই দেশৰ ২৯ শতাংশ জনসংখ্যাক সামৰি ল’ব।

তেওঁ লগতে জনাই যে ভাৰতত ৩৪টা কোম্পানীয়ে এই সেৱাৰ কাম কৰি আছে। ভাৰতত বৰ্তমান ১৬,৫০০ কিঃমিঃ গেছ পাইপলাইন আছে আৰু ১১,৯০০ কিঃমিঃ নতুন পাইপলাইন নিৰ্মাণৰ কাম চলি আছে।

উল্লেখযোগ্য যে অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত অসম গেছ কোম্পানী লিমিটেডৰ অধীনত পূৰ্বৰে পৰা ঘৰুৱা গেছ পাইপলাইন সেৱা চলি আছে।

আনহাতে ব’ৰ্ডৰ বিষয়া এচ ৰথে পৰৱৰ্তী সময়ত সমগ্ৰ উত্তৰ-পূবক এই সেৱাৰ অধীনত সামৰি লৈ উত্তৰ-পূবক এক গেছ নিৰ্ভৰ অৰ্থনীতি (Gas-based Economy) ৰূপে  গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে।

অনুষ্ঠানত উপস্থিত থকা অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে অসমত ‘উৰ্জা গংগা’ প্ৰকল্পৰ পাইপলাইন সম্প্ৰসাৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হ’ব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd