DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ অসম আভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত আগবঢ়োৱা হ’ব অতিৰিক্ত সুৰক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 1:35 pm
250px-Assam_Engineering_College_Logo-570x320
137
VIEWS
Share on FacebookShare on Twitter

অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আভিযান্ত্ৰিক মহাবিদ্যালয় শিক্ষক সংস্থা, মহাবিদ্যালয় ছাত্ৰ সন্থা আৰু অসম আভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্থাই মহাবিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে চৌহদটোক সুৰক্ষিত কৰা আৰু ছাত্ৰৰ দ্বাৰা ভৱিষ্যতে অবাঞ্চনীয় ঘটনা প্ৰতিৰোধ কৰাৰ বাবে চৌহদৰ ভিতৰত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীৰ জালুকবাৰী অঞ্চলত এখন বিবাহস্থলীত অশোভনীয় আচৰণ, লণ্ডভণ্ড কৰা আৰু লুটপাত কৰাৰ অভিযোগত বুধবাৰে আভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ৯ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

‘’ চৌহদটো অত্যন্ত জৰাজীৰ্ণ আৰু ইয়াত কেইবাটাও প্ৰৱেশ তথা প্ৰস্থানৰ পথ আছে। এইটোৱে চৌহদৰ বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা এই প্ৰৱেশ তথা প্ৰস্থান পথেৰে সঘনে অহা যোৱা কৰি থকা অকৰ্তৃত্বশীল গতিবিধি ধৰা পেলোৱাটা সুৰক্ষা বাহিনীৰ বাবে অতি জটিল বুলি প্ৰমানিত হৈছে,’’-শিক্ষক, ছাত্ৰ আৰু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰসকলে সংবাদ মাধ্যমক এক যৌথ বিবৃতিত এইদৰে কয়।

তেওঁলোকে লগতে কয় যে, ‘’ অতিৰিক্ত সুৰক্ষা প্ৰয়োগ কৰাৰ পিছত মহাবিদ্যালয় চৌহদটোত ভৱিষ্যতে অকৰ্তৃত্বশীল প্ৰৱেশ আৰু প্ৰস্থান ৰোধ কৰিবলৈ উপযুক্ত সুৰক্ষা ব্যৱস্থাই সতৰ্ক দৃষ্টি ৰাখিব।‘’

মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰসকলে বাৰে বাৰে দাবী কৰি আহিছে যে মহাবিদ্যালয় চৌহদত বাহিৰৰ লোকৰ অকৰ্তৃত্বশীল অহা যোৱা বন্ধ কৰিবৰ বাবে সকলো পিনৰ পৰা চৌহদটো বন্ধ কৰিব লাগে আৰু উন্নত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd