DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ এগৰাকী কৰ আয়ুক্তকে ধৰি চাৰিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ চি বি আই আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2018 10:52 pm
Guwahati-Income-tax-officer-produced-at-CBI-court
106
VIEWS
Share on FacebookShare on Twitter

চি বি আয়ে গ্ৰেপ্তাৰ কৰা গুৱাহাটীৰ আয়কৰ বিষয়া তিনিগৰাকী আৰু কৰ পৰামৰ্শদাতাজনৰ জামিন আবেদন নাকচ কৰি আজি ২১ এপ্ৰিলত গুৱাহাটীৰ চি বি আই ( CBI ) বিশেষ আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

৫০ লাখ টকাৰ ঘোচ দিয়াৰ চেষ্টা কৰোঁতে যোৱা ১৩ এপ্ৰিলত নতুন দিল্লীত চি বি আয়ে গুৱাহাটীৰ আয়কৰ আয়ুক্ত শ্বেতাভ সুমনক গ্ৰেপ্তাৰ কৰিছিল। গোচৰটো সন্দৰ্ভত আয়ুক্তগৰাকীৰ লগতে গ্ৰেপ্তাৰ কৰা অধিবক্তা তথা কৰ পৰামৰ্শদাতা ৰমেশ গোৱেংকা, কৰ বিষয়া প্ৰতাপ দাস আৰু প্ৰাঞ্জল শৰ্মাৰ জামিন আবেদনো নাকচ হয়।

১৩ এপ্ৰিলৰ পৰা ১৭ এপ্ৰিললৈ আৰু তাৰ পিছত ১৭ৰ পৰা যোৱা ২০ এপ্ৰিললৈকে গ্ৰেপ্তাৰ হোৱা লোককেইজনক চি বি আইৰ জিম্মাত দিয়া হৈছিল।

কৰৰ পৰা হাত সৰাৰ বাবে এই চক্ৰ চলাই থকা দুজন আয়কৰ বিষয়া, দুজন কৰ পৰামৰ্শদাতা আৰু এখন ব্যক্তিগত ফাৰ্মৰ মালিকক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল।

এখন এজাহাৰৰ ভিত্তিত গুৱাহাটী, যোৰহাট, নগাওঁ, শ্বিলং, নইদা, নতুন দিল্লী আৰু নজৰত থকা ফাৰ্মখনৰ লগত সংযোগ থকা কিছুমান ঠাইত চি বি আয়ে তালাচী চলাইছিল।

তালাচীৰ সময়ত জব্দ কৰা কিছুমান নথি সংস্থাটোৱে বৰ্তমান পৰীক্ষা কৰি আছে। অভিযুক্ত কৰ বিষয়াজনক দিবলে অনা ৪০ লাখ টকাও এজন মধ্যভোগীৰ পৰা চি বি আয়ে জব্দ কৰিছিল।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd