• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী: অনিল ৰাজাক মানহানিৰ গোচৰত জামিন

মুকুট দাস by মুকুট দাস
August 4, 2018 7:57 pm
Anil-Raja-570x320
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাক্তন মন্ত্ৰী আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে তেওঁৰ বিৰুদ্ধে তৰা এটা মানহানিৰ গোচৰত শনিবাৰে বহিষ্কৃত কংগ্ৰেছ নেতা অনিল ৰাজাক কামৰূপ (মহানগৰ জিলা)ৰ মুখ্য ন্যায়িক দণ্ডাধীশে (চি জে এম) জামিন প্ৰদান কৰিছে।

পূৰ্বতে অনিল ৰাজা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদক, স্বাস্থ্য বেয়া থকাৰ কাৰণত মানহানিৰ গোচৰটোৰ শুনানিত উপস্থিত হোৱাত বিফল হৈছিল।

Apply Now

ৰাজাই পূৰ্বতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল আৰু দাবী কৰিছিল যে হুছেইনে তেওঁৰ আয়ৰ সৈতে অসমানুপাতিক সম্পত্তি দখল কৰি ৰাখিছে।

অনিল ৰাজা শনিবাৰে বহুত সোনকালে আহি চি জে এম ক’ৰ্টত আহি উপস্থিত হয়হি।

ৰাজাই হুছেইনৰ শিক্ষাগত যোগ্যতাক লৈ প্ৰশ্নও কৰি দাবী কৰিছিল যে প্ৰাক্তন মন্ত্ৰীজনে তেওঁৰ স্নাতক হোৱা প্ৰমাণ কৰি জাল প্ৰমাণ পত্ৰ আয়ত্ত কৰিছে।

আদালতৰ বাহিৰত মিডিয়া ব্যক্তিসকলৰ সৈতে কথা পাতি হুছেইনে কয় ‘অনিল ৰাজাৰ অধিবক্তাই আদালতত যুক্তি দিবলৈ অক্ষম হৈছে কাৰণ ৰাজাৰ মোৰ বিৰুদ্ধে অনা অভিযোগৰ কোনো সাক্ষ্য নাই।’

হুছেইনে লগতে কয় যে ৰাজাই খুব সম্ভৱ অধিক সময় বিচাৰিব যিহেতু অভিযোগৰ সমৰ্থনত তেওঁৰ কোনো প্ৰমাণ নাই।

‘পূৰ্বতে বেয়া স্বাস্থ্যৰ উল্লেখ কৰি তেওঁ আদালতত উপস্থিত হোৱা নাছিল। কিন্তু আজি তেওঁৰ উপস্থিত থকাৰ বাহিৰে আন উপায় নাছিল কাৰণ তেওঁ জানিছিল যে আজি যদি তেওঁ অনুপস্থিত থাকে, তেওঁক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হ’ব,’ হুছেইনে ক’লে।

ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থাকিব বুলি অনিল ৰাজাই দিয়া বিবৃতি সম্পৰ্কে কথা কৈ হুছেইনে কয় ‘ৰাজহুৱা জীৱন বেলেগ মানুহৰ বাবে বেলেগ হ’ব পাৰে। কাৰোবাৰ কাৰণে এইটো ৪২০ হ’ব পাৰে।’

যদিও অনিল ৰাজাই প্ৰথমতে মিডিয়াৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰিছিল, পিছলৈ তেওঁ কয় ‘এইটো এটা বিচাৰাধীন বিষয়। মই মিডিয়াৰ সৈতে কথা পাতিব নোৱাৰো।’

ৰাজাই, অভিযোগ প্ৰমাণৰ বাবে সময় বিচৰা বুলি ৰকিবুলে কৰা মন্তব্যত খঙাল হৈ, ক’লে ‘মই একো সময় বিচৰা নাই। আনকি সেয়া প্ৰয়োজনো নাই। তেওঁৰ আয়ৰ সৈতে ৰজিতা নখোৱা সম্পত্তিৰ প্ৰমাণ দিবলৈ ৰকিবুল হুছেইনে আদালতৰ পৰা সময় বিচাৰিছে।’

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd