• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত : স্নাতকোত্তৰৰ বিষয়ত এম ফিল-পি এইচ্ছ ডি কৰিলেহে পাব নিযুক্তি-পদোন্নতি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 10:01 am
Guwahati-University

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজে জাৰি কৰা পূৰ্বৰ এখন অধিসূচনাক বাতিল কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন অধিসূচনাৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলৰ এম ফিল বা পি এইচ্ছ ডি সম্পৰ্কীয় স্থিতি প্ৰকাশ কৰা এই নতুন অধিসূচনা মতে এতিয়াৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীসকলক নিজৰ মূল বিষয়টোত এম ফিল বা পি এইচ্ছ ডি কৰিলেহে নিযুক্তি বা পদোন্নতি বা বিত্তীয় সংযোজন লাভ কৰিব। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ে ২০০৮ চনত জাৰি কৰা এক অধিসূচনা মতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সম্বন্ধযুক্ত বিষয়ত এম ফিল বা পি এইচ্ছ ডি কৰিলেও নিযুক্তি বা পদোন্নতি বা বিত্তীয় সংযোজন লাভ কৰিব পাৰিছিল। এতিয়া এই নতুন অধিসূচনা জাৰি কৰাৰ পিছত পূৰ্বৰ অধিসূচনাৰ এই নিৰ্দেশনা বাতিল হ’ল। বিশ্ববিদ্যালয়ৰ এই সম্পৰ্কীয় কাৰ্য্যবাহী পৰিষদে সকলোবোৰ দিশ চালি-জাৰি চোৱাৰ পিছত এই নতুন সিদ্ধান্তটো লয়।

এই নতুন নিৰ্দেশনাৰ পিছত অসমীয়া, বাংলা, বড়ো, হিন্দী, অৰ্থনীতি, বুৰঞ্জী, কম্পিউটাৰ বিজ্ঞান, পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আদি বিষয়ত স্নাতকোত্তৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে সেই সেই বিষয়ত এম ফিল বা পি এইচ্ছ ডি কৰিলেহে কেৰিয়াৰত ইয়াৰ পৰা লাভান্বিত হ’ব পাৰিব। ইয়াৰ পূৰ্বৰ নিয়মমতে অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী কৰা এজন ছাত্ৰ বা ছাত্ৰীয়ে ইংৰাজী, বড়ো, দৰ্শন, মনোবিজ্ঞান, ইতিহাস, ভাষাতত্ত্ব, সংস্কৃত আদি বিষয়ত এম ফিল বা পি এইচ্ছ ডি কৰিলেও একে ধৰণে লাভান্বিত হৈছিল।

Apply Now

আনহাতে বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তটোক ৰাজ্যৰ শিক্ষা-সচেতন, শিক্ষাবিদ আদিয়ে আদৰণি জনাইছে। কিন্তু একে সময়তে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, গৱেষক-ছাত্ৰ-ছাত্ৰী নিজৰ কেৰিয়াৰৰ অনিশ্চয়তাত ভোগাৰ লগতে শংকিত হৈয়ো পৰিছে।

উল্লেখযোগ্য যে ৰাজ্যৰ বহু স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে বিশ্ববিদ্যালয়ৰ পূৰ্বৰ অধিসূচনাৰ নিৰ্দেশনাক সাৰথি কৰি এম ফিল বা পি এইচ্ছ ডি কৰি আছিল। এইসকল নিশ্চিতভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। আনহাতে পূৰ্বৰ নিয়মমতে ইতিপূৰ্বে সহযোগী অধ্যাপকৰ পদত নিযুক্ত হৈ থকা সকলো লোকচানৰ সন্মুখীন হোৱাৰ সম্ভানাই দেখা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd