• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী-শ্বিলং পথত অসমৰ পৰা যোৱা যান-বাহনত খাচি ছাত্ৰ সন্থাৰ তালাচী; বিচাৰিলে পৰিচয়-নথি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2018 5:44 pm

1 min read

KhasiStudentsUnion

খাচি ছাত্ৰ সন্থাই আজি অসম হৈ মেঘালয়ত প্ৰৱেশ কৰিব খোজা গাড়ীত তালাচী চলোৱাৰ দৃশ্য।

90
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশে প্ৰভাৱ পেলাইছে চুবুৰীয়া ৰাজ্যবোৰতো। চুবুৰীয়া ৰাজ্যবোৰে অসমৰ সৈতে থকা নিজৰ নিজৰ সীমান্তত সতৰ্কতা অৱলম্বন কৰা দেখা গৈছে।

আনহাতে আজি অসমৰ পৰা মেঘালয়লৈ যোৱা গাড়ীবোৰত খাচি ছাত্ৰ সন্থাই ব্যাপক তালাচী চলায়, যিটোৱে বিতৰ্কৰ সৃষ্টি কৰিছে। খাচি ছাত্ৰ সন্থাক এই তালাচীত সহযোগ কৰিছে মেঘালয় আৰক্ষীয়ে।

জানিব পৰামতে, তালাচীৰ সময়ত যাত্ৰীসকলৰ পৰা পৰিচয় সোধা-পোছাৰ লগতে নথিও বিচাৰিছে। এটা সূত্ৰই কয় যে উপযুক্ত তথ্য-প্ৰমাণ অবিহনে মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নাই যাত্ৰীসকলক। ইয়াৰ ফলত গুৱাহাটী-শ্বিলং পথত বহু সংখ্যক যান-বাহন আবদ্ধ হৈ পৰে।

ইফালে খাচি ছাত্ৰ সন্থাই হঠাতে লোৱা এনে অভিযানে বিতৰ্কৰো সৃষ্টি কৰে। কিহৰ কাৰণে আৰু কিহৰ ভিত্তিত তথা কাৰ অনুমতিত তেওঁলোকে এয়া কৰিছে বুলি প্ৰশ্ন কৰিছে।

উল্লেখযোগ্য যে ৩০ জুলাইত অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ অংশস্বৰূপে চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে চাৰিওফালে যথেষ্ট হৈ-চৈৰ সৃষ্টি হৈছে। ৪০ লাখৰো অধিক লোকৰ নাম এই খচৰাৰ পৰা বাদ পৰাত এইসকলক বিদেশী বুলি গণ্য কৰাৰ প্ৰৱণতা দেখা গৈছে। লগতে বাদ পৰাসকল চুবুৰীয়া ৰাজ্যখনত প্ৰৱেশ কৰিব বুলি শংকা কৰিয়ে খাচি ছাত্ৰ সন্থাই এনে পদক্ষেপ লোৱা বুলি সন্দেহ কৰা হৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd