DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন : মোদীক মিছলীয়া আখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2018 5:36 pm
গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন : মোদীক মিছলীয়া আখ্যা
118
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই আজি অৰ্থাৎ বাংলাদেশীয়ে টালি-টোপোলা বন্ধাৰ বাবে মোদীয়ে ধাৰ্য্য কৰা ১৬ মে’ৰ দিনটো প্ৰতাৰণা দিৱস হিচাপে পালন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে। লগতে সংগঠনটোৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া আখ্যা দিয়ে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে ১৬ মে’ৰ ভিতৰত থকা অসমত থকা সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি অসমৰ পৰা যাব লাগিব বুলি কৈছিল। কিন্তু নিৰ্বাচনৰ পিছতে বাংলাদেশীক খেদি পঠিওৱাৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ জৰিয়তে বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে সংগঠনটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক স্পষ্ট কৰি চৰকাৰে অসমৰ অসমীয়া জাতি ধ্বংসী কোনো ধৰণৰ কাৰ্যত লিপ্ত হয় তেন্তে শান্ত অসম অশান্ত হ’বলৈ বেছি সময় নালাগিব বুলি সকীয়নি প্ৰদান কৰে।

লগতে সংগঠনটোৱে জাতি, মেটি আৰু ভেটি ৰক্ষাৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত অতি শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈও আহ্বান জনায়।

Recent News

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Texas School Shooting

ৰক্তাক্ত টেক্সাছ: বিদ্যালয়ৰ ভিতৰত বন্দুকধাৰী কিশোৰৰ গুলীচালনাত ১৮ শিশুসহ ২১ জনৰ মৃত্যু

gang-rape

কোকৰাঝাৰত কিশোৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd