DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত গৰু ব্যৱসায়ীৰ পৰা ডকাইতে লুটিলে ৩০ লাখ টকা

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
November 20, 2017 10:17 am
cattle Seized cattle to go back to Customs Dept for auction: BSF IG

প্ৰতীকী ছবি।

80
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে গোৱালপাৰাত এখন ভানত যোৱা গৰু ব্যৱসায়ীৰ পৰা  ডকাইতে ৩০ লাখ টকা লুট কৰি লৈ যায়। গোৱালপাৰাৰ খৰমুজাৰে পাৰ হৈ যোৱা এখন ট্ৰেভেলাৰ ভানত গৈ থকা ব্যৱসায়ীসকলক পূৰ্বৰে পৰা খাপ পিটি থকা ডকাইতৰ দল এটাই আক্ৰমণ কৰে। লকিমপুৰলৈ গৈ থকা ভানখনত আক্ৰমণ কৰা ডকাইতৰ দলটো এখন টাটা চুম’ত আহিছিল আৰু তেওঁলোকে ভানখন নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ পিছত ওচৰৰ বনাঞ্চললৈ লৈ যায়। ভানখনত ১৯ গৰাকী গৰু ব্যৱসায়ী আছিল আৰু তেওলোকে লকিমপুৰ বজাৰৰ পৰা গৰু ক্ৰয় কৰিবলৈ গৈ আছিল। ব্যৱসায়ীসকলে লগত লৈ যোৱা আটাইখিনি ধন ডকাইতৰ দলটোৱে লুট কৰি লৈ যায়।

Recent News

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

জ্ঞানৱাপী মছজিদত শিৱলিংগ: উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ, কি ৰায় দিলে আদালতে?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

সলনি হ’ব লক্ষ্ণৌৰ নাম! কি নাম হ’ব পাৰে লক্ষ্ণৌৰ ?

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd