• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাত বিহুৰ চান্দা তুলিবলৈ যোৱা অৱস্থাত কমিটিৰ সদস্যক আক্ৰমণ : গুৰুতৰভাৱে আহত ৪ জন

NE NOW NEWS এন ই নাও নিউজ
গোৱালপাৰা , April 21, 2018 8:32 pm

1 min read

সংঘৰ্ষৰ
70
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা তুলিবলৈ যোৱা অৱস্থাত বিহু কমিটিৰ সদস্যক আক্ৰমণৰ দৰে এক অঘটন সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে বিহুৰ চান্দা তুলিবলৈ যোৱা কৃষ্ণাই কমিটিৰ সদস্যক অৰ্চাড গ্ৰীণ নাৰ্চাৰীৰ কৰ্মচাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। ফলত বিহু কমিটিৰ সদস্যকেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰাৰ পিছতে বিহু কমিটিৰ অন্য একাংশ সদস্যই নাৰ্চাৰীখনৰ এটা বাসৃগহ, এখন বাইক আৰু এখন পিকআপ ভান জ্বলাই দিয়ে।

সেই সময়তে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিহু কমিটিৰ আঘাতপ্ৰাপ্ত সদস্য ক্ৰমে বিহু কমিটিৰ সম্পাদক ৰেজাউল (ভাইটী), সভাপতি দশিমুদ্দিন হাজৰিকা, আজাদ আলী আৰু আলী হুছেইনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে।

লগতে বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰা চাৰিজন লোক ক্ৰমে জাগৰুল ইছলাম, চাব্বিৰ আহম্মেদ, ৱাহাদুল ইছলাম আৰু হিজবুল ইছলামক আটক কৰে।

ইফালে পৰিস্থিতি ইমানেই ভয়ংকৰ হয় যে একাংশ স্থানীয় ৰাইজ ক্ষোভিত হৈ আৰক্ষী চকীত হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে আৰক্ষীৰ স’তে তৰ্ক-তৰ্কিত লিপ্ত হয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd