• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ ধনুভঙাত বনৰীয়া হাতীৰ উপদ্ৰৱ, এটা পৰিয়ালৰ পাঁচটা ঘৰ ধ্বংস

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , July 18, 2018 2:46 pm

1 min read

Wild-jumbo

প্ৰতিনিধিত্বমূলক চিত্ৰ

86
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ ধনুভাঙাত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ। আজি পুৱতি নিশা ধনুভাঙাৰ দুৰামাৰী গাঁৱত এটা পৰিয়ালৰেই পাঁচটাকৈ ঘৰ ভাঙি তাণ্ডৱ চলালে বনৰীয়া হাতীয়ে।

কেতেকী কছাৰী নামৰ এগৰাকী বিধৱা মহিলাৰ পৰিয়ালত তিনিটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি এই তাণ্ডৱ চলায়। হাতীয়ে ভঙা পাঁচটা ঘৰৰ ভিতৰত এটা চৰকাৰী IAY গৃহও আছিল বুলি জানিব পৰা গৈছে।

গোটেই কেইটা ঘৰ ভঙাৰ উপৰি পৰিয়ালৰ লোককেইজনৰ ওপৰতো আক্ৰমণ চলাইছিল। কিন্তু কথমপিহে প্ৰাণ ৰক্ষা পৰিল একমাত্ৰ পুত্ৰসহ কেতেকী কছাৰীৰ।

ঘৰ দুৱাৰ ভঙাৰ পিছত বাচন বৰ্তন সমূহো লণ্ড-ভণ্ড কৰি ঘৰত থকা চাউলো খাই যায় হতীৰ এই জাকটোৱে। পৰিয়ালটোৰ আটাইকেইটা ঘৰ ভাঙি পেলোৱাত এতিয়াত প্ৰায় গৃহহাৰা হৈ পৰিছে এই অসহায় মহিলা গৰাকীৰ সৰু পৰিয়ালটো।

উল্লেখযোগ্য যে ৰংজুলি, ধনুভাঙা অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ দীৰ্ঘ দিনৰ পৰাই চলি আহিছে l গতিকে এই সমস্যাৰ এটা স্থায়ী সমাধানৰ বাবে বন বিভাগক ৰাইজে বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও চৰকাৰ বা বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Recent News

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd