DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰা ছায়েন্স একাডেমীৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 14, 2018 10:46 pm
Satra mukti

প্ৰতিনিধিত্বমূলক ছবি

317
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰাৰ ছায়েন্স একাডেমীত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাডিল হোৱা ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি এক সংবাদমেলৰ আয়োজন কৰে।

উক্ত সংবাদমেলত তেওঁলোকে ফাডিল হোৱা প্ৰশ্ন কাকতখনৰ সৈতে মডেল প্ৰশ্ন কাকতৰ সম্পূৰ্ণ মিল থকা বুলি অভিযোগ তোলে।

সংবাদমেলত ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে কয়, ‘২০১১ বৰ্ষৰ পৰা ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত পৰীক্ষা সমূহৰ প্ৰশ্ন কাকত ফাদিল, গৰুৱে বহী খোৱা, পৰীক্ষাৰ বহী জ্বলা, ফলাফলৰ বিসংগতি ইত্যাদি বিসংগতিসমূহ চলি আছে। কিন্তু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে কোনো ধৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাই।’

তেওঁ প্ৰশ্ন কাকত ফাদিল হোৱাক শিক্ষা বিভাগৰ চৰম ব্যৰ্থতা বুলি মন্তব্য কৰি কয়,  ‘গোৱালপাৰা ছায়েন্স একাডেমীত ফাডিল হোৱা মডেল প্ৰশ্ন কাকতৰ সৈতে ২০১৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান, অংক, ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত সম্পূৰ্ণৰূপে সাদৃশ্য পোৱা দেখা গৈছে।’

তদুপৰি তেওঁ শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈয়ে ৭ মাৰ্চত গোৱালপাৰালৈ গৈ কেৱল নামমাত্ৰ তদন্ত কৰি ক্লিনশ্বিট প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে।

ইয়াৰোপৰি সংগঠনটোৱে যোৱা ১০ মাৰ্চত ১৪৫/১৮ নম্বৰত ছায়েন্স একাডেমীৰ কতৃপক্ষৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল বুলি জানিবলৈ দিয়ে।

লক্ষণীয় যে সংগঠনটোৰ নেতৃবৰ্গই ছায়েন্স একাডেমীৰ কতৃপক্ষই শিক্ষা বিভাগৰ কোনো অসাধু চক্ৰৰ লগ লাগি কেৱল প্ৰশ্নৰ ভাষা সলনি কৰি মডেল প্ৰশ্ন কাকত প্ৰস্তুত কৰা বুলি অভিযোগ তুলাৰ লগতে গণিতৰ প্ৰশ্ন কাকতত ৯৬ শতাংশই মিল থকা বুলি সদৰী কৰে।

ছাত্ৰ মুক্তিৰ কাৰ্য্যকৰী সভাপতি জনে দোষী ছায়েন্স একাডেমীৰ স্বীকৃতি বাতিল কৰিবৰ বাবে চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সমগ্ৰ ঘটনাৰ চি আই ডি অথবা চিবিআই তদন্তৰ দাবী জনায়।

আনহাতে উক্ত সংবাদমেলতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বাজেটত ঘোষণা কৰা ভিতৰুৱা অঞ্চলত পি পি পি আঁচনিৰ অধীনত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বত ১০০ খন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ সিদ্ধান্তৰ জৰিয়তে চৰকাৰে শিক্ষাখণ্ডক সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ কৰিব খুজিছে বুলি মন্তব্য কৰে।

Recent News

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰাজ্যজুৰি পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd