• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৌৰীসাগৰত পথ দুৰ্ঘটনাত আহত ছাত্ৰৰ চিকিৎসালয়ত মৃত্যু

NE NOW NEWS ৰাজীৱ দত্ত
গৌৰীসাগৰ , March 2, 2018 8:56 pm

1 min read

Mrinanka Dutta
81
VIEWS
Share on FacebookShare on Twitter

যোৱা বৃহস্পতিবাৰে বন্ধুৱেকৰ বায়েকৰ বিয়া খাবলৈ গৈ ঘূৰি আহোতে দুৰ্ঘটনাত পতিত হোৱা শিৱসাগৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ তথা ক্ৰিকেট খেলুৱৈ মৃনাংক দত্তৰ আজি ডিব্ৰুগড়ৰ এখন বেচৰকাৰী নাৰ্ছিং হোমত মৃত্যু হয়। ছাত্ৰজনৰ মৃত্যুৱে সমগ্ৰ শিৱসাগৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰামতে মগৰাহাট গড়কাষৰীয়া গাৱঁৰ শিক্ষয়িত্ৰী দিপালী দত্ত নেওগৰ পুত্ৰ মৃনাংক দত্তই যোৱা বৃহস্পতিবাৰে লগৰ এজনৰ বায়েকৰ বিয়া খাবলৈ গৈ ঘূৰি আহোঁতে নিজৰ বাইকখনেৰে (As-04N-5366) এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

বেয়াকৈ আঘাতপ্ৰাপ্ত মৃনাংকক ৰাইজ আৰু আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰা হয়।

কিন্তু গুৰুতৰভাৱে আহত হোৱা মৃনাংকই এনিশাৰ পিছতে শেষ নিঃশ্বাস ত্যাগ কৰে। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ষষ্ঠ ষণ্মাষিকৰ ছাত্ৰ আছিল। লগতে এজন ভাল ক্ৰিকেট খেলুৱৈও আছিল।

মৃত্যুৰ সময়ত মৃনাংকই অভিভাৱকৰ লগতে এজন ভায়েকক এৰি গৈছে। মৃনাংকৰ মৃত্যুত গোটেই অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Recent News

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

a kana

চাঞ্চল্য! আশ্ৰমত উদ্ধাৰ অভিনেত্ৰী তথা বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীৰ মৃতদেহ

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

শিৱসাগৰত টাইপাৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd