DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্রীন অস্কাৰ বিজয়ী পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়াবাসীৰ সম্বৰ্ধনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2018 2:43 pm
stork
212
VIEWS
Share on FacebookShare on Twitter

হাড়গিলা সংৰক্ষণৰ পদক্ষেপৰ জৰিয়তে গ্ৰীন অস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়া গাঁওবাসীয়ে তেওঁৰ কৃতিত্বৰ বাবে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে বিশিষ্ট পৰিৱেশবিদ গৰাকীৰ এই প্ৰচেষ্টাক আদৰণি জনাই পচৰীয়াবাসীয়ে বিগত লক্ষ্মী পূজাৰ সময়ছোৱাত এটি শোভাযাত্ৰাও উলিয়াইছিল।

অসমৰ বিভিন্ন জলাশয় আৰু আৰ্দ্ৰভূমিত দেখা পোৱা এই বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে  ৩৭ বছৰীয়া পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে আহোপুৰোষাৰ্থ কৰিছে। উল্লেখ্য যে বিলুপ্তপ্ৰায় চৰাই হিচাপে চিহ্নিত হাড়গিলাৰ সংখ্যা গোলকীয় স্তৰত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সূত্ৰই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ বিশ্বত থকা হাড়গিলাৰ সংখ্যা হৈছে মাত্ৰ ১২০০।

তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে ইয়াৰ ভিতৰত প্ৰায় ৭০ শতাংশই অসমত পোৱা যায়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনে বহু বেচৰকাৰী সংস্থাৰ সহযোগত বিভিন্ন গোটৰ দ্বাৰা পৰম্পৰাগত অসমীয়া সাজ পাৰ প্ৰস্তুত কৰি পাছলৈ সেয়া বিক্ৰীৰ ব্যৱস্থা কৰে। ইয়াৰ পৰা সংগৃহীত পুঁজিৰে পৰিৱেশবিদগৰাকীয়ে হাড়গিলা সংৰক্ষণৰ কাম কৰে বুলি জানিব পৰা গৈছে।

পৰিৱেশবিদ পূৰ্ণিমা দেৱী বৰ্মনক পচৰীয়াবাসীয়ে সম্বৰ্ধনা জ্ঞাপন কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে ৰাইজে।

Recent News

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd