কালি অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিলচৰ-গুৱাহাটী আৰু শিলচৰ-মেঘালয় ৰাষ্ট্ৰীয় পথৰ নিৰ্মাণকাৰ্য্য পৰিদৰ্শন কৰে। এই কথা অসম চৰকাৰৰ এটা সূত্ৰত জানিব পৰা গৈছে। মন্ত্ৰীজনে পথটোৰ নিৰ্মাণকাৰ্য্যত জড়িত থকা ঠিকাদাৰকো কাম সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়ে।