• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৰু বিহুৰ দিনা গৰু গা ধুৱাবলৈ যাওঁতে নদীত ডুবি মৃত্যু বাক্সাৰ সাউদৰভিঠাৰ এটি কিশোৰৰ

NE NOW NEWS শশাংক তালুকদাৰ
বজালী , April 15, 2018 7:14 am

1 min read

Body-recovered-570x320
115
VIEWS
Share on FacebookShare on Twitter

গোটেই ৰাজ্যখনতে চ’তৰ সংক্ৰান্তি উপলক্ষে গৰু বিহু পালন কৰা সময়তে শনিবাৰে নদীত গৰু ধুৱাবলৈ গৈ এক শোকাবহ দুৰ্ঘটনাত বাক্সা জিলাৰ সাউদৰভিঠাৰ দঙাৰপাৰ নদীত ডুবি এটি কিশোৰৰ মৃত্যু হয়।

মৃত কিশোৰটিক ৰাকেশ তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে।

ঘনশ্যাম তালুকদাৰৰ পুত্ৰ ১৪ বছৰীয়া ৰাকেশ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল আৰু বাক্সা জিলাৰ সাউদৰ ভিঠাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ আছিল।

গৰু বিহুৰ দিনাখন গৰু গা ধুৱাবলৈ নদী বা পুখুৰীলৈ লৈ যোৱা হয়। মাহ-হালধী সানি গা ধুৱাই লাও বেঙেনাৰ মালা পিন্ধাই দীঘলতি আৰু মাখিয়তি আদিৰে গাত কোৱাই প্ৰতীকী ৰূপত গৰু বিহু পালন কৰা হয়।

ৰাকেশে দঙাৰপাৰ নদীত তেওঁলোকৰ গৰুকেইটাক গা ধুৱাবলৈ লৈ যাওঁতেই দুৰ্ঘটনাটো সংঘটিত হয়। গৰু কেইটাক গা ধুওৱাৰ পিছত সিঁহতক পিন্ধাৱলৈ মালা বিচৰাৰ সময়তে তেওঁ নদীত ডুবি যায়।

স্থানীয় লোকে তেওঁক নদীৰ পৰা উদ্ধাৰ কৰি ওচৰৰ হাস্পাতললৈ লৈ যায় যদিও চিকিৎসকে ৰাকেশক মৃত বুলি ঘোষণা কৰে।

কিশেৰটিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

মৰমোত্তৰ পৰীক্ষাৰ বাবে পিছত মৃতদেহটো বাক্সা জিলাৰ মুছলপুৰলৈ প্ৰেৰণ কৰা হৈছে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd