DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ঘৰতে বহি কি উপায়েৰে আপোনাৰ নাম চাব পাৰিব এন আৰ চিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2018 5:33 pm
NRC: Assam Jamiat, AAMSU demands punishment for 'false objection' petitioners

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ছবি।

214
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান অসমৰ আটাইতকৈ চৰ্চিত বিষয় এন আৰ চিৰ চূড়ান্ত খচৰা। ৩০ জুলাইত প্ৰকাশ পাব লগা এই খচৰাত আপোনাৰ নাম আছে নে নাই চাব পাৰিব ঘৰৰ পৰাই।

এন আৰ চি প্ৰকাশ পোৱাৰ দিনা অৰ্থাৎ ৩০ জুলাইৰ দুপৰীয়া ১২ বজাৰ পিছত 7899405444 বা 7026321133 বা 7026861122 বা 9765556555 নম্বৰলৈ প্ৰথমে ইংৰাজীত ARN লিখি তাৰ পিছত এটা স্পে’চ এৰি আপোনাৰ এ আৰ এন নম্বৰটো (উদাহৰণস্বৰূপে ARN 123455678) এচ এম এচ কৰি দিলেই আপোনাৰ নাম এন আৰ চিত সোমাইছে নে নাই জনাই এচ এম এচ যাব।

আনহাতে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বিষয়ে ৩০ জুলাইত স্বয়ংক্ৰিয় এচ এম এচ পোৱাৰ বাবে আপুনি আগতীয়াকৈ পঞ্জীয়ন কৰাই ৰাখিব পাৰে।

আপুনি যদি আগতীয়াকৈ আপোনাৰ পৰিয়ালৰ এ আৰ এন নম্বৰটো পঞ্জীয়ন কৰি ৰাখে, তেন্তে ৩০ জুলাইত আপোনাৰ ম’বাইললৈ আপোনাৰ নাম অন্তৰ্ভুক্তিৰ বিষয়ে জনাই যাব স্বয়ংক্ৰিয় এচ এম এচ।

7899405444 বা 7026321133 বা 7026861122 বা 9765556555 নম্বৰলৈ প্ৰথমে ইংৰাজীত ARN লিখি তাৰ পিছত এটা স্পে’চ এৰি আপোনাৰ এ আৰ এন নম্বৰটো এচ এম এচ কৰি দিলেই আপোনাৰ পঞ্জীয়ন হৈ যাব। অহা ২৯ জুলাইৰ সন্ধিয়া ৬ বজালৈকে এই আগতীয়া পঞ্জীয়ন মুকলি থাকিব।

আগতীয়া পঞ্জীয়নৰ ব্যৱস্থা ইতিমধ্যে সক্ৰিয় কৰা হৈছে।

তাৰোপৰি www.nrcassam.nic.in বা www.assam.mygov.in বা www.assam.gov.in বা www.homeandpolitical.assam.gov.in এই কেইটা ৱে’ব ছাইটটো আপোনাৰ নাম এন আৰ চিত সোমাইছে নে নাই চাব পাৰিব।

সেইদৰে আপোনাৰ এন আৰ চি সেৱা কেন্দ্ৰটোত গৈ ৩০ জুলাইৰ পৰা অহা ২৮ ছেপ্তেম্বৰলৈকে দিনৰ ১০ৰ পৰা ৪ বজাৰ ভিতৰত গৈ আপোনাৰ নামটো এন আৰ চিত অন্তৰ্ভুক্ত হৈছে নে নাই ছপা খচৰাৰ প্ৰতিলিপিত চাব পাৰিব।

তাৰোপৰি সক্ৰিয় কৰা হৈছে এন আৰ চিৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ| 0361-2463303 এই নম্বৰত আপুনি এন আৰ চি সম্পৰ্কীয় যিকোনো কথাৰ বাবে ফ’ন কৰিব পাৰিব।

Recent News

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

শালকোচাত দুই চোৰাং চিকাৰীক আটক, দুটা মৃত কেটেলা পহু উদ্ধাৰ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

বানৰ সমানে সমানে কৃষ্ণাই নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd