• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

চলিত বছৰত মণিপুৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে যান বাহনৰ সংখ্যা

NE NOW NEWS সভাপতি চামম
ইম্ফল , April 27, 2018 9:48 pm

1 min read

efrotn___Chief-Minister-launches-inter-distric

প্ৰতিনিধিত্বমূলক ফটো

63
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ পৰিবহন বিভাগৰ পৰা প্ৰকাশিত কাৰ্যকৰী যান বাহন প্ৰতিৱেদনত প্ৰকাশ যে ৰাজ্যখনত ২০১৭ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে ১৬,৪৫৪খন দুচকীয়া আৰু ৬,১৬৭খন চাৰিচকীয়া বাহনৰ বৃদ্ধি হৈছে।

জিলাসমূহৰ ভিতৰত চুৰাচান্দপুৰত অধিক সংখ্যক (৩,৯০০) আৰু সেনাপতি জিলাত (১১৯৩)খনচাৰিচকীয়া বাহনৰ বৃদ্ধি হৈছে।

ইয়াৰ ফলত ৰাজ্যখনৰ মুঠ চাৰিচকীয়া বাহনৰ সংখ্যা প্ৰায় ৪৪,১৩৩ খন আৰু মুঠ দুচকীয়াৰ সংখ্যা ২,৪৯,২০১ হৈছেগৈ।

ৰাজ্যিক পৰিবহন বিভাগৰ উপ সঞ্চালক ইলাংবামে কৈছে যে ৰাজ্যৰ জনসাধাৰণৰ পৰিবহনৰ সুবিধাৰ বাবে ১৫ মে’ৰ পৰা হেলিকপ্টাৰ পৰিসেৱা আৰম্ভ কৰা হ’ব।

পৰিবহন বিভাগে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ সহযোগত ইম্ফল আন্তঃজাতিক বিমান বন্দৰ, জিৰি-টুপুৰ ৰেলপথ, আভ্যন্তৰিণ জলপৰিবহন প্ৰকল্পৰ বিকাশ আৰু সম্প্ৰসাৰণৰ কাম হাতত ল’ব।

১৪ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকাৰ পাছত এম এছ টিক পুৰন কাৰ্যক্ষম কৰাটো ডাঙৰ সফলতা বুলি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ড০ পোলেম লেনিনে কয়। তেওঁৰ মতে ৰাজহুৱা বাছ সেৱাই বিভাগলৈ যথেষ্ট ৰাজহ উপাৰ্জন কৰি দিছে।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd