• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰিকালত মৃত্যু হোৱা অসমৰ চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক ৫ লাখকৈ টকা; গুৱাহাটীত সাহায্য প্ৰদান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 8, 2018 10:27 pm

1 min read

himanta biswa sarma

ফাইল ফটো

112
VIEWS
Share on FacebookShare on Twitter

চাকৰিত থকা অৱস্থাত অসমত আজিলৈকে মৃত্যু হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সৰ্বশিক্ষা অভিযান, টেট শিক্ষক আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মচাৰীসকলৰ পৰিয়ালক আজি ৮ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৫ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। তাৰোপৰি ৰাজ্যৰ জিলা, ব্লক, সামূহিক স্বাস্থ্য কেন্দ্ৰকে ধৰি বিভিন্ন নিৰ্বাচিত চিকিৎসালয়ক গ্ৰে’ড অনুসৰি ২০১৮ বৰ্ষৰ কায়কল্প বঁটা প্ৰদান কৰা হয়।

চাকৰিত থকা অৱস্থাত প্ৰাণ হেৰুওৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সৰ্বশিক্ষা অভিযান, টেট শিক্ষক আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ক্ৰমে ১১০, ৩০, ৩৪ আৰু ২ গৰাকী কৰ্মচাৰীৰ পৰিয়ালক আজিৰ অনুষ্ঠানত সাহায্য প্ৰদান কৰে ৰাজ্যৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই বছৰৰ অসম বাজেটত ঘোষণা কৰা অনুসৰি এই সাহায্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয়, ‘আমি ভাবিছিলো যে এইবাৰ বাজেটৰ আন কাম কৰাৰ আগতে প্ৰথম আমি এইটো কাম কৰিম। আজি আমি নিয়মমতে কামটো কৰিব পাৰিলো।’

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd