DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ পহুকটাত বাগৰিল তেলৰ টেংকাৰ : পুৱাই পেট্ৰ’ল কঢ়িওৱাত লাগিল হেতাওপৰা

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 27, 2018 11:57 am
চামগুৰিত তেল টেংকাৰ
343
VIEWS
Share on FacebookShare on Twitter

কেইমাহমান আগতে নগাঁও জিলাৰ চামগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত গেছ ভৰ্তি টেংকাৰত জুই লগা ঘটনাই সমগ্ৰ চামগুৰিবাসীৰ মাজত আতংকৰ সৃষ্টি কৰাৰ পিছত আজি পুনৰ এখন তেলৰ টেংকাৰ বাগৰি পৰাৰ ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে উজনিৰ নুমলীগড়ৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০১ ডি চি ৭৩৪৪ নম্বৰৰ পেট্ৰ’ল ভৰ্তি টেংকাৰখন চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত অঞ্চলবাসীৰ মাজত তীব্ৰ উত্তেজনা সৃষ্টি হয়। ইয়াৰ মাজতে একাংশ লোকে হাতে হাতে বটল, জাৰ, বাল্টি লৈ পেট্ৰ’ল ভৰোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ টেংকাৰখন উঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে সোনাৰিবালিৰ পৰা অগ্নিনিৰ্বাপক গাড়ী আনি সাজু কৰি ৰাখি থোৱা দেখা যায়।

আনহাতে, এই সময়ছোৱাত উজনি আৰু নামনি অভিমুখী দূৰ দূৰণিৰ গাড়ীসমূহৰ যানজঁটৰ সৃষ্টি হোৱাত যাত্ৰীসকলে প্ৰায় তিনি ঘন্টা পৰ্যন্ত দুৰ্ভোগ ভোগা পৰিলক্ষিত হয়।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd