• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰি দক্ষিণ পাটত দুঘৰ্টনাত পতিত ট্ৰাকৰ পৰা শতাধিক চাহপাত বেগ হৰলুকি

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , July 11, 2018 11:09 pm

1 min read

Samuguri road accident
88
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভেলেউগুৰিৰ দক্ষিণ পাটত আজি পুৱা সংঘটিত হোৱা দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত দুজন লোক আহত হোৱাৰ লগতে দুৰ্ঘটনাত পতিত চাহপাত বেগ ভৰ্তি ট্ৰাকৰ পৰা শতাধিক বেগ হৰলুকি হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱা প্ৰায় ৫ বজাত ভেলেউগুৰিৰ দক্ষিণ পাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিচুকিয়াৰ পৰা শতাধিক চাহপাতৰ বেগলৈ গুৱাহাটী অভিমুখে আহি থকা এ এছ-০১ জে চি-২৭৯১ নম্বৰৰ ট্ৰাকখনৰ লগত বিপৰীত দিশৰ পৰা আহি থকা চিমেন্ট ভৰ্তি এ এছ-০৯ এ চি-২১০৭ নম্বৰৰ  ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ ঘটে।

চিমেন্ট ভৰ্তি ট্ৰাকখন গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ আছিল বুলি জানিব পৰা গৈছে। আনহাতে, দুৰ্ঘটনাটোৰ ফলত দুয়োখন ট্ৰাকৰ দুই ট্ৰাকচালক আহত হয়।

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীৰ কাষত পৰি থকা আহত দুই ট্ৰাকচালক ক্ৰমে সুৰজিৎ সিং গিলান আৰু খয়া গোৱালাক উদ্ধাৰ কৰি  চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

আনহাতে ঘটনাস্থলীত চামগুৰি আৰক্ষী গৈ পোৱাৰ আগতেই একাংশ সুবিধাভোগী লোকে চাহপাত ভৰ্তি  ট্ৰাকখনৰ পৰা শতাধিক বেগ হৰলুকি কৰাত আৰক্ষীয়ে ৫ শতাধিক চাহপাত বেগৰ মাত্ৰ ৮৬ টা বেগহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Recent News

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd