• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চালানী গামোচাৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান; ২ শতাধিক গামোচা জব্দ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , April 10, 2018 7:43 pm

1 min read

চালানী গামোচাৰ বিৰুদ্ধে বোকাখাত মহকুমা প্ৰশাসনৰ অভিযান; ২ শতাধিক গামোচা জব্দ
108
VIEWS
Share on FacebookShare on Twitter

ৰঙালী বিহুৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বজাৰ ভৰি পৰিছে বাহিৰৰ পৰা অহা গামোচাৰে। আন আন ঠাইৰ লগতে বোকাখাতৰো কাপোৰৰ দোকান এতিয়া চালানী গামোচাৰে উভৈনদী হৈ পৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বোকাখাত মহকুমা প্রশাসনে হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ বোৱনী সম্প্ৰসাৰণ কেন্দ্র বোকাখাতৰ সৈতে যুটীয়াভাৱে চহৰখনৰ কেইবাখনো কাপোৰৰ দোকানত অভিযান চলায় ।

বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ নেতৃত্বত যোৱা এটি দলে বোকাখাত চহৰৰ মাজ-মজিয়াত থকা প্ৰতিখন কাপোৰৰ দোকানতে অভিযান চলাই বিক্ৰীৰ বাবে ৰখা ২ শতাধিক চালানী গামোচা জব্দ কৰে ।

অভিযান কালত বোকাখাতৰ ৰাজহচক্ৰ বিষয়া খনীন্দ্ৰ কুমাৰ দাসে বহিঃৰাজ্যৰ পৰা অনা গামোচা বিক্ৰী কৰিলে বিক্রেতাৰ বিৰুদ্ধে প্রশাসনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি ব্যৱসায় প্ৰতিষ্ঠান সমুহৰ গৰাকীসকলক সকীয়নি দিয়াৰ লগতে কাপোৰৰ ব্যৱসায়ীসকলক থলুৱা গামোচাৰ বাবে হস্ততাঁত-বস্ত্রশিল্প বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ নির্দেশ দিয়ে ।

আজিৰ এই অভিযান কালত সহকাৰী আয়ুক্ত শান্তনু গগৈ, হস্ততাঁত বস্ত্র শিল্প বিভাগৰ পৰিদৰ্শক পল্লব শইকীয়া আৰু হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ প্ৰদৰ্শক জুৰি শইকীয়াও উপস্থিত আছিল।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd