• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীৰ সমস্যাক আওকান কৰাৰ বাবে আজি বাগিচাই বাগিচাই জ্বলিব পল্লৱৰ প্ৰতিমূৰ্ত্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2018 8:49 am
File Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শক্তি মন্ত্ৰী পল্লৱলোচন দাস এগৰাকী ব্যৰ্থ মন্ত্ৰী। তেওঁ মন্ত্ৰীত্ব পোৱাৰ পিছতো একো উন্নয়ন সাধন হোৱা নাই। এই সমূহৰ বাবে আজি অসমৰ বাগিচাই বাগিচাই শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।

চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা পল্লৱলোচন দাসে ৰাজ্যখনৰ এটা প্ৰধান বিভাগৰ দায়িত্ব তথা চৰকাৰখনৰ এজন প্ৰভাৱশালী মন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতো  নিজ জনগোষ্ঠীৰ খাতি খোৱা দৰিদ্ৰ শ্ৰমিকৰ সমস্যাক আওকাণ কৰি অহাত আজি ক্ষোভিত চাহ শ্ৰমিকসকলে মন্ত্ৰীজনৰ প্ৰতিমূৰ্তী দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Apply Now

বিগত বিধানসভা নিৰ্বাচনত চাহ শ্ৰমিকক বিভিন্ন প্ৰতিশ্ৰুতিৰে  ভোট আদায় কৰি মন্ত্ৰী হোৱা পল্লবে এতিয়া ঘূৰিকে নাচায় নিজ জনগোষ্ঠীৰ লোকক। এই অভিযোগ জনগোষ্ঠীটোৰ একাংশ ছাত্ৰনেতাৰ।

উল্লেখ্য যে অসমত বহু দিনৰে পৰা চাহ জনগোষ্ঠীটো শোষিত হৈ অহা তথা নিজৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগতে অধিকাৰ খৰ্ব হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।

তেওঁলোকৰ কিছু লোকে অভিযোগ উত্থাপন কৰে যে দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলক প্ৰতিখন চৰকাৰে বঞ্চিত কৰি আহিছে৷ লাঞ্চিত চাহ শ্ৰমিক তথা একাংশ লোকে আজিও কামৰ বিনিময়ত মৰ্যদা নাপায়। পুঁজিপতিৰ হাতোৰাত বন্দী চাহ শ্ৰমিকৰ স্বাধীনতা বুলি ক’লেও ভুল কৈ কোৱা নহ’ব৷

ইয়াৰ উপৰি দীৰ্ঘদিনীয়া মজুৰি বৃদ্ধিৰ দাবী উত্থাপন কৰি অহা চাহ শ্ৰমিকৰ নেতাসকলে কয় যে ৩৫০ টকা দৈনিক মজুৰি দিয়াৰ দাবীত আমি আন্দোলন শক্তিশালী কৰি তুলিম। তাৰোপৰি আজি  বাগিচাই বাগিচাই শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ আৰু অহা ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd