DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 1:31 pm
tea

প্ৰতিনিধিত্বমূলক ছবি

102
VIEWS
Share on FacebookShare on Twitter

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত অহা ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে।

ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ প্ৰতি কৰা চূড়ান্ত প্ৰৱঞ্চনা, প্ৰতাৰণাত অতিষ্ঠ হৈ সমিতিয়ে এই কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে বুলি প্ৰকাশ কৰিছে সমিতিখনে।

এই সন্দৰ্ভত এক বিবৃতিযোগে যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক বিবেক দাসে কয় যে  চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত বিগত সময়ছোৱাত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।কিন্তু চৰকাৰে শ্ৰমিকসকলৰ ন্যায্য দাবীৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব নিদিলে।

ৰাজ্য চৰকাৰে এখন মজুৰি উপদেষ্টা ব’ৰ্ড গঠন কৰিছে যদিও চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ হকে মাত মাতি থকা ট্ৰেড ইউনিয়নসমূহক এই বৰ্ডত অন্তৰ্ভুক্ত কৰা নাই।

তেওঁ লগতে কয় যে ভাৰতৰ আন ৰাজ্যৰ চাহ শ্ৰমিকে লাভ কৰা মজুৰিৰ সমহাৰত অসমৰ চাহ শ্ৰমিকক মজুৰি প্ৰদান কৰিব বুলি সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি দিছিল।কিন্তু এই প্ৰতিশ্ৰুতি চৰকাৰখনে পালন নকৰিলে।

এতিয়া মজুৰি উপদেষ্টা ব’ৰ্ডৰ নামত চৰকাৰে ভেঁকোভাওনাৰ আশ্ৰয় লৈছে বুলি উল্লেখ কৰি দাসে কয়- চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫০ টকাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব।

উল্লেখ্য যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত যোৱা বৰ্ষৰ ২৭  নৱেম্বৰৰ পৰাই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলাই আহিছে যৌথ সংগ্ৰাম সমিতিয়ে।

এনে কাৰ্যসূচীৰ অংশ হিচাপে অহা ৬ মাৰ্চত ৰাজ্যজুৰি পথ বন্ধ কাৰ্যসূচী পালন কৰা হ’ব বুলি যৌথ সংগ্ৰাম সমিতিয়ে বিবৃতিটোত উল্লেখ কৰিছে।

Recent News

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

৩১ জানুৱাৰীত ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰ; পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং!

ঘৃণা এবিধ প্ৰজ্জ্বালক

ঘৃণা এবিধ প্ৰজ্জ্বালক

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd