DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰিং শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী ছাত্ৰীৰ আকস্মিক বিয়োগ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 27, 2018 10:39 pm
চাৰিং শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেধাবী ছাত্ৰীৰ আকস্মিক বিয়োগ

প্ৰতিনিধিত্বমূলক ছবি

115
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ চাৰিঙৰ একমাত্ৰ স্ত্ৰী শিক্ষানুষ্ঠান শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ মেধাবী ছাত্ৰী পূজা কাকতিৰ আজি বিয়লি আকস্মিকভাৱে বিয়োগ হোৱাৰ বতৰাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

২২ জুনৰ পৰা বিদ্যালয়ত অনুষ্ঠিত হৈ থকা ছমহীয়া পৰীক্ষাত কালি পৰ্যন্ত অৱতীৰ্ণ হোৱা ছাত্ৰী গৰাকীৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰীসকল।

উল্লেখযোগ্য যে কিছুদিন ধৰি বসন্ত ৰোগত আক্ৰান্ত হৈ থকা ছাত্ৰী গৰাকীয়ে আজি পুৱাৰ ভাগত শৌচ, বমি আৰু পেটৰ বিষ অনুভৱ কৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাছিল যদিও চিকিৎসকে অক্সিজেন মাস্ক লগাই থকা অৱস্থাতেই ছাত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

চাৰিং কাকতি গাঁও নিবাসী প্ৰয়াত ললিত কাকতি আৰু বীণা কাকতিৰ দ্বিতীয় কন্যা পিংকী অত্যন্ত মেধাবী আৰু সহজ সৰল ছাত্ৰী আছিল বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰতাপ নাথে এই সংবাদদাতাক জানিবলৈ দিয়ে।

ছাত্ৰী গৰাকীৰ মৃতদেহ বাসগৃহত আহি পোৱাৰ পিছতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি চাৰিঙৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ছাত্ৰী গৰাকীৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণ কৰাৰ লগতে তেওঁৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

আনহাতে প্ৰায় এমাহৰ পুৰ্বে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰী তথা চাৰিং ন-পাম খনিকৰ গাঁৱৰ ৰুণিমা খনিকৰো আকস্মিকভাবে মৃত্যু বৰণ কৰিছিল। দুটা মাহৰ ভিতৰত দুগৰাকীকৈ মেধাবী ছাত্ৰীক হেৰুৱাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰী সকল শোকাভূত হৈ পৰিছে।

উল্লেখযোগ্য যে অঞ্চলটোত দুখনকৈ চিকিৎসালয় আছে যদিও প্ৰয়োজনীয় চিকিৎসক নথকাত প্ৰায়েই মূমূৰ্ষ অৱস্থাত ৰোগীসকলক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনিব লগা হয়।

চিকিৎসাশাস্ত্ৰৰ জয় জয় ময় ময় দিনটো এনেদৰে সামান্য ৰোগতে বিদ্যালয়খনৰ দুগৰাকীকৈ ছাত্ৰীৰ আকস্মিক বিয়োগে জনসাধাৰণক শোকস্তব্ধ কৰাই নহয় চিন্তাম্বিত কৰি তুলিছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd