• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2018 7:18 pm

1 min read

চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ, অসমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে সংসদত দাখিল কৰিব প্ৰতিবেদন
94
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ এখন স্থায়ী সমিতিয়ে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক লগ কৰে। সমিতিখনৰ অধ্যক্ষ তথা লোকসভা সাংসদ ডঃ মনোজ ৰাজৰিয়াৰ নেতৃত্বত অহা সমিতিখনে ব্ৰহ্মপুত্ৰ অতিথিশালাত মুখ্যমন্ত্ৰীক লগ কৰি অসমলৈ তেওঁলোক অহাৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰে।

সমিতিখনে চিকিৎসা সামগ্ৰী ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ আৰু অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়ে অধ্যয়ন কৰি সংসদত দাখিল কৰাৰ বাবে এক প্ৰতিবেদন প্ৰস্তুত কৰিব।

এই বৈঠকত সমিতিৰ সদস্যসকলে মুখ্যমন্ত্ৰীক তেওঁলোকৰ কাৰ্য্যক্ষমতাৰ বিষয়ে আৰু তেওঁলোকৰ অধ্যয়নটোৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰে।

মুখ্যমন্ত্ৰী সোনোৱালে তেওঁলোকক আদৰণি জনাই ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহ সম্পৰ্কে সমিতিখনক অৱগত কৰে।

সমিতিখনৰ অন্যান্য সদস্যসকল হ’ল কে সোমাপ্ৰসাদ, ডঃ কে কামৰাজ, জে জে টি নেতাৰ্জি আৰু থাংচ’ বাইতে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd