• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰামোন্নয়ন পৰীক্ষাত খেলিমেলি হোৱা নাই যদি মুখ্য মন্ত্ৰীয়ে কিয় তদন্তৰ নিৰ্দেশ দিব লগা হ’ল? : প্ৰদেশ কংগ্ৰেছ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 22, 2018 2:30 pm
WhatsApp
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে ‘নেডা’ৰ সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰ্ণাটকৰ কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰতাক Unholy alliance বোলা কথাষাৰৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয়— ‘যদি কৰ্ণাটকত কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰতা unholy alliance হয়, তেতিয়াহ’লে জম্মু- কাশ্মীৰৰ বিজেপি- পিডিপিৰ মাজৰ মিত্ৰতাটো কি? পিডিপিয়ে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী শক্তিক সমৰ্থন কৰে। তেনে দলৰ লগত বিজেপিয়ে কেনেকৈ মিত্ৰতা কৰিলে?

Apply Now

পিডিপিয়ে আফজল গুৰুৰ ফাঁচিৰ বিৰোধিতা কৰিছিল। মেহবুবা মুফতিয়ে কাশ্মীৰক ভাৰতৰ অবিচ্ছেদ্য অংগ বুলিয়ে ক’ব নিবিচাৰে’। বৰাই লগতে কয় যে অন্ধ্ৰ প্ৰদেশত টিডিপিৰ লগত বিজেপিৰ মিত্ৰতা কিয় ভংগ হ’ব লগা হ’ল, যদি তেওঁলোকৰ holy alliance আছিল।

আনহাতে ৰাজ্যখনৰ প্ৰসংগ উল্লেখ কৰি কংগ্ৰছৰ নেতাগৰাকীয়ে কয়— ‘অসমত অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছে। বিজেপিক মুকলিকৈ সমালোচনা কৰি আছে। তেওঁলোকে যিকোনো মুহুৰ্ততে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰিম বুলি ধমকি দি আছে। এইবোৰ তেওঁলোকৰ holly alliance নেকি? ক্ষমতাৰ কাৰণে বিজেপিয়ে যিকোনো দলৰ লগতে মিত্ৰতা কৰিব পাৰে।

উল্লেখযোগ্য যে নেডাৰ প্ৰসংগ উত্থাপনেৰে তেওঁ কয়— মেঘালয়ত নেডাৰ চৰকাৰ থকাৰ পাছতো চাংমা কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে। উত্তৰ-পূব নেডাৰ দখললৈ যোৱাৰ কথা সন্দৰ্ভত তেওঁ কয় যে পাহাৰীয়া ৰাজ্যসমূহে কেন্দ্ৰত যাৰ চৰকাৰ থাকে বিভিন্ন সুবিধা লাভৰ বাবে তেওঁলোকৰ লগত থাকিব বিচাৰে। বৰাই কটাক্ষ কৰি কয়, কংগ্ৰেছ-মুক্ত উত্তৰ-পূব নহয়, উত্তৰ-পূব বিজেপি-মুক্তহে হ’ব।

লগতে তেওঁ পেট্ৰল -ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰূদ্ধে কংগ্ৰেছে জাগৰণ সৃষ্টি কৰিব বুলিও প্ৰকাশ কৰে। ২০১৪ৰ নিৰ্বাচনৰ আগত মূল্যবৃদ্ধিক বিজেপিয়ে ইছ্যু হিচাপে লৈছিল, কিন্তু সেইবিলাক সকলো মিছা প্ৰমাণিত হ’ল।

আনহাতে ৰাজ্যত PNRDৰ পৰীক্ষাত হোৱা খেলিমেলিৰ CBI তদন্তৰ দাবী কৰাৰ লগতে এই পৰীক্ষা বাতিল কৰি পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনায়। বৰাই কয় যে মন্ত্ৰী নৱ কুমাৰ দলে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। গ্ৰামোন্নয়ন মন্ত্ৰীয়ে পৰীক্ষাত খেলিমেলি হোৱা নাই বুলি কৈ থকাৰ পাছতো মুখ্য মন্ত্ৰীয়ে কিয় তদন্তৰ নিৰ্দেশ দিব লগা হ’ল?  গ্ৰামোন্নয়ন মন্ত্ৰীৰ ওপৰত মুখ্য মন্ত্ৰীৰ বিশ্বাস নাই নেকি?

আনহাতে বন বিভাগৰ পৰীক্ষাত খেলিমেলি কৰা তামিলনাডুৰ প্ৰতিষ্ঠান এটাক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়াৰ অৰ্থ কি বুলি প্ৰশ্ন কৰে বৰাই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd