• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চি বি এছ চিৰ অধীনৰ নিট পৰীক্ষাত বিসংগতি: ডিব্ৰুগড়ত প্ৰশ্নকাকতৰ অভাৱত পৰীক্ষা অনুষ্ঠিত হ’ল তিনি ঘণ্টা পলমকৈ   

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
May 6, 2018 6:12 pm
jee-neet-pti

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ পৰীক্ষা কেন্দ্ৰত বিসংগতি। এইবাৰ ৰাজ্য চৰকাৰৰ অধীনৰ কোনো পৰীক্ষাত নহয়। চি বি এছ চিয়ে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় যোগ্যতা প্ৰৱেশ পৰীক্ষা চমুকৈ নিট পৰীক্ষাতহে ওলাল বিসংগতি। আজি সমগ্ৰ দেশৰ লগতে অসমতো অনুষ্ঠিত হৈছে নিটৰ প্ৰৱেশ পৰীক্ষা। কিন্তু ডিব্ৰুগড়ৰ এটা পৰীক্ষা কেন্দ্ৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰশ্নকাকতৰ অভাৱ হোৱা হেতুকে পলমকৈ অনুষ্ঠিত হ’ল পৰীক্ষা।

এই সন্দৰ্ভত এজন পৰীক্ষাৰ্থীয়ে জানিবলৈ দি কয় যে পৰীক্ষাৰ সময় আছিল ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ। কিন্তু ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত পৰ্যাপ্ত প্ৰশ্নকাকতৰ অভাৱৰ বাবে কেন্দ্ৰটোৱে দুটা সত্ৰত অনুষ্ঠিত কৰিবলগীয়া হ’ল পৰীক্ষা।

Apply Now

ইফালে পৰীক্ষা কেন্দ্ৰৰ পৰা বহুতো পৰীক্ষাৰ্থীয়ে আদাতে সামৰিবলগীয়া হ’ল পৰীক্ষা। কিয়নো পৰীক্ষাৰ্থীসকলে আবেদন কৰা ভাষাত যোগান ধৰিব পৰা নাছিল প্ৰশ্নকাকত। ভাষাৰ অসুবিধা হোৱা হেতুকে বহুতো পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত বুজি পোৱা নাছিল।

‘আমি পৰীক্ষাটোৰ বাবে অনলাইন যোগে আবেদন কৰিছিলো। আবেদনৰ সময়ত আমি আমাৰ পচন্দৰ ভাষাও নিৰ্বাচন কৰি দিছিলো। কিন্তু পৰীক্ষা কেন্দ্ৰত আমাক ইংৰাজী আৰু হিন্দী মাধ্যমৰ প্ৰশ্নকাকত হে যোগান ধৰিছিল’, বুলি এজন ছাত্ৰই এনেদৰে কয়।

তেওঁ লগতে অভিযোগ তুলি কয়- ‘প্ৰৱেশ পৰীক্ষা ৰাতিপুৱা ১০ বজাৰ অনুষ্ঠিত হ’ব বুলি আমাৰ প্ৰৱেশ পত্ৰত স্পষ্ট ৰূপত উল্লেখ আছিল। কিন্তু প্ৰশ্নকাকতৰ অভাৱ হোৱা বাবে পৰীক্ষা অনুষ্ঠিত হয় দুপৰীয়া ১ বজাত। প্ৰথম ভাগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে টিক মাৰ্ক দিয়া প্ৰশ্নকাকত সমূহ পুনৰ আমাক যোগান ধৰিছে’।

উল্লেখ্য যে দুটা ভাগত অনুষ্ঠিত কৰা পৰীক্ষাটোত দ্বিতীয় ভাগত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকল লাভান্বিত হ’ব বুলি একাংশ পৰীক্ষাৰ্থীয়ে প্ৰশ্ন উত্থাপন কৰি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী তোলে।

মন কৰিবলগীয়া যে চি বি এছ চিয়ে আয়োজন কৰা নিটৰ পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd