• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ সৈতে বৰ্দ্ধিত সম্পৰ্কক লৈ ভাৰতক চিন্তিত নহ’বলৈ আহ্বান বাংলাদেশৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 8:54 am
Bangladesh pm hasina Homecoming: BGB arrests 180 Bangladeshis returning from India

বাংলাদেশী প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে চীনৰ সৈতে সম্পৰ্ক বৃদ্ধি পোৱাক লৈ ভাৰতক চিন্তিত নহ’বলৈ  বাংলাদেশে পৰামৰ্শ দিছে।

সংবাদ সংস্থাৰ বাতৰি মতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই শুকুৰবাৰে কয় যে বেইজিঙৰ সৈতে ঢাকাৰ সহযোগিতা একমাত্ৰ দেশৰ বিকাশৰ বাবেহে আৰু ইয়াত নতুন দিল্লীয়ে চিন্তা কৰিবলগীয়া একো নাই।

Apply Now

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চুবুৰীয়া দেশখনলৈ ভ্ৰমণৰ বাবে যোৱা ভাৰতীয় সাংবাদিকৰ দল এটাৰ আগত কয় যে বাংলাদেশ চৰকাৰে কেৱল দেশখনৰ উন্নয়ন তথ্য সমৃদ্ধিৰ বিষয়েহে চিন্তা কৰিছে।

হাছিনাই লগতে কয় যে ভাৰতৰ বাহিৰেও চীন, জাপান আৰু আনকি মধ্য প্ৰাচ্যৰ দেশসমূহে বাংলাদেশৰ সৈতে সহযোগিতা আগবঢ়াই আহিছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পৰামৰ্শ আগবঢ়ায় যে ভাৰতে বাংলাদেশকে ধৰি চুবুৰীয়া দেশসমূহৰ সৈতে ‘ভাল সম্পৰ্ক’ ৰক্ষা কৰি চলা উচিত যাতে অঞ্চলটো ক্ৰমে বিকশিত কৰি তুলিব পাৰি। সংবাদ সংস্থাৰ উদ্ধৃতিত এই কথা প্ৰকাশ পাইছে।

হাছিনাই লগতে ব্যক্ত কৰিছে যে বাংলাদেশ আৰু ভাৰতৰ মাজত অতি সৌহাৰ্দ্যমূলক সম্পৰ্ক আছে আৰু দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰই জলপথ আৰু সীমা সমস্যাৰ দৰে দ্বিপাক্ষিক সমস্যাবোৰ সমাধান কৰি ‘’এক উদাহৰণ প্ৰতিষ্ঠা’’ কৰিছে।

‘’ পূৰ্বতে যিকোনো বিবাদ উদ্ভৱ হ’লে আমি আলোচনাৰ মাজেৰে তাক সমাধান কৰি আহিছো। আমি এখন শান্তিপূৰ্ণ আৰু শক্তিশালী দক্ষিণ এছিয়া নিৰ্মাণ কৰিব বিচাৰো,’’-হাছিনাই এইদৰে কয়।

ইয়াৰ মাজতে বাংলাদেশ আৰু চীনে ‘’ জোৱানসকলৰ প্ৰশিক্ষণ আৰু প্ৰযুক্তিগত সা-সৰঞ্জামৰ সহযোগিতা’’ কে ধৰি প্ৰতিৰক্ষা সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে।

পূৰ্বতে চীনে বাংলাদেশক ছয়টা ৰে’ল প্ৰকল্পৰ বাবে নিম্ন সুতৰ হাৰত ৯ বিলিয়ন ডলাৰ ঋণ দিয়াৰ আশ্বাস দিছিল। ইয়াৰ ভিতৰত এটা ৰে’ল প্ৰকল্প ভাৰতীয় সীমান্তৰ নিলগতে হোৱাৰ কথা।

বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এক নিযুত ৰহিংগিয়াক ম্যানমাৰলৈ ঘুৰাই পঠোৱাৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থন তথা সহযোগিতা বিচাৰে। শীঘ্ৰেই নিৰাপত্তাৰ বিষয়টো উত্থাপিত হ’ব বুলি কৈ তেওঁ এই আহ্বান জনায়।

সংবাদ মাধ্যমৰ ভাৰতীয় প্ৰতিনিধি দলটোত কলকাতা আৰু নতুন দিল্লীৰ সাংবাদিক আছে আৰু তেওঁলোকে তাত তিনিদিনীয়া দ্বিপাক্ষিক সংবাদ বিনিময়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd