DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

চোৰাং কাঠ সৰবৰাহকাৰীৰ আক্ৰমণত আহত মেঘালয়ৰ সাংবাদিক

ছায়দুল খান by ছায়দুল খান
January 24, 2018 2:19 pm
Biplab Dey
83
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ বিপ্লৱ দে নামৰ ফ্ৰীলান্সাৰ সাংবাদিক এজনক মঙলবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত  পশ্চিম খাচি পাহাৰ জিলাৰ কোনো দুৰ্গম অঞ্চলত চোৰাং কাঠ সৰবৰাহকাৰীৰ এটা দলে আক্ৰমণ চলায়। চোৰাং কাৰু কাৰ্যৰ বিষয়ে উমান পায় সাংবাদিকজনে বাতৰি সংগ্ৰহৰ বাবে উক্ত ঠাইলৈ গৈছিল। গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত বিপ্লৱ দেক পিছত আথিয়াবাৰী চকীৰ পৰা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

এনে নিকৃষ্ট কাণ্ড সদৌ ৰাভা ছাত্ৰ সন্থাই সংঘটিত কৰা বুলি পিছত জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে মাৰপিটত লিপ্ত তথা চোৰাং সৰবৰাহকাৰী কেইজন পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত বুধবাৰে এটা গোচৰ ৰুজু কৰা হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে সাংবাদিক বিপ্লৱ দেৰ মোবাইল আৰু কেমেৰাটো দুৰ্বৃত্তৰ দলটোৱে  কৰায়ত্ত কৰাৰ লগতে ড্ৰাইভাৰ আৰু অন্য এজন লোককো বেয়াকৈ মাৰ ধৰ কৰে।

এনেদৰে সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক মেঘালয় বৈদ্যুতিন মাধ্যম সন্থা আৰু শ্বিলং প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে। আক্ৰমণৰ ঘটনাক তেওঁলোকে নিন্দা কৰাৰ লগতে মৌলিক অধিকাৰ খৰ্ব হোৱা বুলিও ব্যক্ত কৰে।

ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীক তৎকালীনভাবে কালপ্ৰীট কেইগৰাকীক চিনাক্ত কৰি উচিত শাস্তি বিহাৰ বাবে অনুৰোধ জনায়। শ্বিলং প্ৰেছ ক্লাবে সাংবাদিকজন সোনকালে সুস্থ হৈ উঠি পুনৰ সাংবাদিকতাৰ দৰে মহান কাৰ্যত ব্ৰতী হ’বলৈ প্ৰাৰ্থনা জনায়।

এনেদৰে চোৰাং কাঠ সৰবৰাহকাৰী তথা ব্যৱসায় চলাই অহাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে বেছ তাৎপৰ্যবহণ কৰিছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd