• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চোৰাং শাল কাঠ জব্দ : সৰবৰাহৰ লগত জড়িত বন বিষয়াৰ পুত্রক গ্রেপ্তাৰ চি আই ডিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2018 12:19 pm
wood-seize

প্ৰতিনিধিত্বমূলক ফটো

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধভাৱে কাঠ সৰবৰাহ কৰি গুৱাহাটীত চি আই ডিৰ জালত পৰিল মহানগৰীৰ এজন বন বিষয়াৰ পুত্র। দেওবাৰে বন মহোৎসৱ আৰম্ভ হোৱা দিনটোৰ পুৱাৰ ভাগতে এজন ফৰেষ্টাৰৰ পুত্রক শাল কাঠ ভর্তি ট্রাকৰ সৈতে খানাপাৰাত  চি আই ডিৰ অভিযানকাৰী দল এটাই গ্রেপ্তাৰ কৰে।

নিয়মীয়াভাৱে কাঠৰ চোৰাং ব্যৱসায় চলাই অহা লোকজন হৈছে মহানগৰীৰ লতাকাকৰিৰ হেমন্ত ডেকা। জানিব পৰা মতে তেওঁৰ পিতৃ ভবেন ডেকা মহানগৰীৰ জালুকবাৰীত এজন ফৰেষ্টাৰ হিচাপে কর্মৰত।

Apply Now

মহানগৰীৰে লখৰাৰ বাবুল দাস নামৰ এজন সহযোগীৰ লগত যৌথভাৱে কাঠৰ চোৰাং ব্যৱসায় চলাই আহিছিল হেমন্ত ডেকাই। মেঘালয়ৰ পৰা নিয়মিতভাৱে তেওঁলোকে এই চোৰাং শাল কাঠৰ সৰবৰাহ কৰিছিল।

জানিব পৰা মতে, চি আই ডিয়ে মেঘালয়ৰ পৰা নিয়মীয়াকৈ হেমন্ত ডেকাই চোৰাং কাঠৰ সৰবৰাহ কৰি থকাৰ তথ্য লাভ কৰিছিল। অৱশ্যে বন বিভাগৰ তালাচী চকীয়ে বহু পূর্বৰ পৰাই সকলো জানিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। একেদৰে যোৰাবাট, বশিষ্ঠ থানাৰ আৰক্ষীয়ে গোটেই বিষয়টো ভালদৰে জানে যদিও  ডেকাৰ কাঠৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে কোনো অভিযান চলোৱা নাছিল।

এক গোপন সূত্রৰ পৰা চি আই ডিয়ে তথ্য লাভ কৰাৰ পিছত তদন্তকাৰী সংস্থাটোৰ উপ আৰক্ষী অধীক্ষক দেব দত্তই এটা অভিযানকাৰী দলৰ নেতৃত্ব দি নিশাৰ পৰা অপেক্ষা কৰি পুৱতি নিশা শাল কাঠ ভর্তি ট্রাকখন জব্দ কৰাৰ লগতে ট্রাকৰ সৈতে হেমন্ত ডেকাক গ্রেপ্তাৰ কৰে। চি আই ডিয়ে হেমন্ত ডেকাৰ জেৰা অব্যাহত ৰাখিছে। এতিয়া চি আই ডিৰ তদন্তত বন বিভাগৰ বিষয়া-কৰ্মচাৰীও আওতালৈ অহাৰ সম্ভাৱনা আছে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে পিতৃ এগৰাকী বন বিষয়া হোৱাৰ সুযোগ গ্রহণ কৰি হেমন্ত ডেকাই চোৰাং কাঠৰ ব্যৱসায় কৰাৰ পথ সুচল কৰি তুলিছিল। তেওঁৰ এই গোটেই কাৰবাৰত সহযোগী আছিল বাবুল দাস। যিখন ট্রাকেৰে চোৰাং কাঠ সৰবৰাহ কৰিছিল সেই ট্রাকখনো আছিল সহযোগী বাবুল দাসৰ। অৱশ্যে এতিয়ালৈকে চি আই ডিয়ে বাবুল দাসক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd