• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে চাওতালসকলক কৰা বঞ্চনাৰ প্ৰতিবাদত ওদালগুৰিত চাওতাল ছাত্ৰসন্থাৰ গণসমাৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2018 8:35 am
f1308810-3977-43ee-a0d7-8a4ac24b87a7
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাওতাল জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে শনিবাৰে ওদালগুৰি জিলাত চাওতাল ছাত্ৰ সন্থাই বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰে। সুদীৰ্ঘ কাল নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰি অহা চাওঁতাল জনগোষ্ঠীৰ লোকসকলক কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ শনিবাৰে গণ সমাবেশ অনুষ্ঠিত কৰি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে নেতাসকলে।

চাওতালসকলক জনজাতিকৰণৰ বাবে উভয় চৰকাৰে প্ৰতাৰণা কৰি অহাৰ লগতে নিৰ্যাতিত, শোষিত আৰু চৰকাৰী সা-সুবিধাৰ পৰা জনগোষ্ঠীটো বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে জনগোষ্ঠীটোৰ নেতৃত্বই।

Apply Now

শনিবাৰৰ  গণ সমাবেশত অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন উত্থাপন কৰে৷ আত্ম-সন্মান, নিৰাপত্তা, শোষিত, নিৰ্যাতিত আৰু বঞ্চিত চাওঁতাল জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমৰ ভূমিপুত্ৰ চাওঁতালসকলক ভূমি আইন ১৮৮৬ ৰূপায়ণ কৰি ভূমি সংৰক্ষণ কৰা, বনাঞ্চলত বাস কৰা চাওঁতালসকলক বনাঞ্চল নিবাসী আইন ২০০৬ ৰ অধীনত ভূমি অধিকাৰ প্ৰদান কৰা, প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ শীঘ্ৰে চাওতালী শিক্ষক আৰু বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ দাবী উত্থাপন কৰে নেতৃবৃন্দই।

ওদালগুৰি জিলাৰ মনপুৰত বিটিএডিৰ ওদালগুৰি, বাক্সা আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত আয়োজন কৰা গণ সমাবেশত জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাসমূহ দাঙি ধৰে সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিণ্টু হেমব্ৰমে।

তেওঁ চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ ফলত চাওতালসকল সকলো দিশত পিছপৰি থকা বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰে জনজাতিকৰণৰ কৰাৰ দাবী জনায়।তেওঁ লগতে দাবী পুৰণ নহ’লে তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সকীয়াই দিয়ে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰুদ্ধাচৰণ কৰি ছাত্ৰ নেতাগৰাকীয়ে চৰকাৰক এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd